ETV Bharat / state

প্ৰাক্তন এনডিএফবি নেতাৰ মৃত্যুত বড়োভূমিত শোঁকৰ ছা

author img

By

Published : Jun 1, 2020, 7:39 PM IST

সোমবাৰে কোকৰাঝাৰৰ প্ৰাক্তন নেতা বি.মৌনঠাই ওৰফে মোহন বসুমতাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ দীৰ্ঘদিন ধৰি জ্বৰত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে নেতা গৰাকীয়ে ৷ নেতা গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোঁকৰ ছা পৰিছে ৷

Former NDFB leader passes away at morning
প্ৰাক্তন এনডিএফবি নেতাৰ মৃত্যুত বড়োভূমিত শোঁকৰ ছা

কোকৰাঝাৰ, 1 জুন : সোমবাৰে এনডিএফবিৰ (প্ৰগতিশীল) শীৰ্ষ নেতা বি.মৌনঠাই ওৰফে মোহন বসুমতাৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত কেইবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে নেতা গৰাকীয়ে ৷ কোকৰাঝাৰৰ এম আৰ এম নাৰ্ছিংহোমত শ্বেষ নিশ্বাস ত্যাগ কৰে নেতা গৰাকীয়ে ৷

উল্লেখযোগ্য যে, প্ৰাক্তন এনডিএফবি (প্ৰগতিশীল)ৰ দ্বিতীয় কামাণ্ডিঙ বিষয়া হিচাপে নিয়োজিত হৈ আছিল নেতা গৰাকী ৷ ইফালে নেতা গৰাকীৰ মৃত্যুত নিখিল বড়ো ছাত্ৰ সন্থা, ইউ পি পি এল লগতে বিভিন্ন দল সংগঠনে নেতাজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

আনহাতে,নেতা গৰাকীৰ অৱদান বড়ো জনগোষ্ঠীৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব বুলিও উল্লেখ কৰিছে বিভিন্ন দল সংগঠনে । প্ৰাক্তন নেতা গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোঁকৰ ছা পৰিছে ৷

লগতে পঢ়ক : বৰপেটা মইনবৰীত শ্লুইছ গেট নিৰ্মাণত ব্যাপক দুৰ্নীতি!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.