কোকৰাঝাৰ,30মাৰ্চঃসাত সাগৰ তেৰ নদী পাৰহৈ অসমত ভৰি দিলে ফ্ৰান্সৰ চাৰি জনীয়া পৰ্যটকৰ দল ৷ অসমত উপস্থিত হৈয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যদেখি উৎফুল্লিতপৰ্যটকৰ দলটো । শনিবাৰে শান্তি প্ৰতিষ্ঠাৰ বাবে বিশ্ব ভ্ৰমণলৈ ওলোৱা ফ্ৰান্সৰ চাৰিজনীয়া দলটো কোকৰাঝাৰৰ গোসাঁইগাঁৱত আহি উপস্থিত হয় । উল্লেখ্য যেপিটাৰ, টেৰেছা, মিখেইল আৰু বনজেইন দম্পত্তি দুটাই পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি কিছুদিন আগতে ভাৰতবৰ্ষত আহি উপস্থিত হয় । আনহাতে এই দলটো গোসাঁইগাঁৱৰ পৰা গুৱাহাটী হৈ যাব মেঘালয়লৈ । ইপিনে পৰ্যটক দম্পত্তিয়ে সাংবাদিকৰ লগত মত বিনিময়ৰ সময়ত ভাৰতবৰ্ষখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ বুলি মন্তব্য কৰে ৷ লগতেভাৰতবৰ্ষত যদিও আৰ্য-অনাৰ্যকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহে বসবাস কৰে তথাপি মানুহবোৰ শান্তিপ্ৰিয়, মৰমিয়াল আৰু এজনে আনজনৰ সুখ-দুখৰ সমভাগী বুলি মন্তব্য কৰিআনন্দ প্ৰকাশ কৰে বিশ্ব শান্তিৰ বাবে অহা ভ্ৰমণকাৰী দলটোৱে। দেশ দুখনৰ মাজত সংস্কৃতিক আদান-প্ৰদান হোৱাটো বিচাৰে ভ্ৰমণকাৰী দলটোৱে ।
শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে অসমত উপস্থিত ফান্সৰ দম্পতি - ফান্স
বিশ্ব ভ্ৰমণ কৰি চাৰিজনীয়া ফ্ৰান্সৰ দলটো শনিবাৰে কোকৰাঝাৰত আহি উপস্থিত হয় ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমলৈ আহি উৎফুল্লিত পৰ্যটক দম্পতি
কোকৰাঝাৰ,30মাৰ্চঃসাত সাগৰ তেৰ নদী পাৰহৈ অসমত ভৰি দিলে ফ্ৰান্সৰ চাৰি জনীয়া পৰ্যটকৰ দল ৷ অসমত উপস্থিত হৈয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যদেখি উৎফুল্লিতপৰ্যটকৰ দলটো । শনিবাৰে শান্তি প্ৰতিষ্ঠাৰ বাবে বিশ্ব ভ্ৰমণলৈ ওলোৱা ফ্ৰান্সৰ চাৰিজনীয়া দলটো কোকৰাঝাৰৰ গোসাঁইগাঁৱত আহি উপস্থিত হয় । উল্লেখ্য যেপিটাৰ, টেৰেছা, মিখেইল আৰু বনজেইন দম্পত্তি দুটাই পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি কিছুদিন আগতে ভাৰতবৰ্ষত আহি উপস্থিত হয় । আনহাতে এই দলটো গোসাঁইগাঁৱৰ পৰা গুৱাহাটী হৈ যাব মেঘালয়লৈ । ইপিনে পৰ্যটক দম্পত্তিয়ে সাংবাদিকৰ লগত মত বিনিময়ৰ সময়ত ভাৰতবৰ্ষখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ বুলি মন্তব্য কৰে ৷ লগতেভাৰতবৰ্ষত যদিও আৰ্য-অনাৰ্যকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহে বসবাস কৰে তথাপি মানুহবোৰ শান্তিপ্ৰিয়, মৰমিয়াল আৰু এজনে আনজনৰ সুখ-দুখৰ সমভাগী বুলি মন্তব্য কৰিআনন্দ প্ৰকাশ কৰে বিশ্ব শান্তিৰ বাবে অহা ভ্ৰমণকাৰী দলটোৱে। দেশ দুখনৰ মাজত সংস্কৃতিক আদান-প্ৰদান হোৱাটো বিচাৰে ভ্ৰমণকাৰী দলটোৱে ।
Body:সাত সাগৰ তেৰ নদী পাৰহৈ অসমত ভুৰী দি ফ্ৰান্স দেশৰ চাৰি জনীয়া দলে অসমৰ প্ৰাকৃতিক সুন্দৰ্য্য দেখি উৎফুল্লিত।
আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱ চহৰত আহি উপস্থিত হয় শান্তি প্ৰতিষ্ঠাৰ বাবে বিশ্ব ভ্ৰমণলৈ ওলোৱা ফ্ৰান্সৰ চাৰিজনীয়া দল এটা। উদ্দেশ্য বিশ্ব শান্তিৰ বাৰ্তা বিলাই ফুৰা।
পিটাৰ (৬৮), টেৰেছা (৬৮), মিখেইল (৬৭) আৰু বনজেইন (৬৫) দম্পত্তি দুটাই পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি কিছুদিন আগতে ভাৰতবৰ্ষত আহি উপস্থিত হয়। আজি আহি উপস্থিত হয় গোসাঁইগাঁৱত। ইয়াৰ পৰা গুৱাহাটী হৈ যাব মেঘালয়লৈ। দম্পত্তি দুটাই সাংবাদিকৰ লগত মত বিনিময়ৰ সময়ত কয় ভাৰতবৰ্ষখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ। তাৰে অসমও অইনাট্যম।
Conclusion:যুগৰ পৰাই ভাৰতত গছ-গছনিৰে চিকিদিকৎসা প্ৰদান কৰি অহা হৈছে। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ বাবে ভাৰতত গছ-গছনিক লৈ গবেষণা কৰাৰ আশা মনত পুহি ৰখাৰ কথা জানিবলৈ দিয়ে।
আনহাতে ভাৰতবৰ্ষত যদিও আৰ্য-অনাৰ্যকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহে বসবাস কৰে তথাপিও মানুহবোৰ শান্তিপ্ৰিৰ, মৰমিয়াল আৰু এজনে আনজনৰ সুখ-দুখৰ সমভাগী হোৱাত আনন্দ প্ৰকাশ কৰে বিশ্ব শান্তিৰ বাবে অহা ভ্ৰমণকাৰী দলটোৱে। আনহাতে দেশ দুখনৰ মাজত সংস্কৃতি আদান-প্ৰদান হোৱাটো বিচাৰে ভ্ৰমণকাৰী দলটোৱে।