ETV Bharat / state

কোকৰাঝাৰত ফেশ্বন শ্ব’ প্ৰতিযোগিতা - Fashion show competition in Kokrajhar

সোমবাৰে কোকৰাঝাৰত মিষ্টাৰ, মিছ টিন, কিডছ বড়োলেণ্ড আৰু এক ফেশ্বন শ্ব’ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় (Fashion show competition in Kokrajhar) ৷

Fashion show competition in Kokrajhar
কোকৰাঝাৰত ফেশ্বন শ্ব’ প্ৰতিযোগিতা
author img

By

Published : Jul 5, 2022, 7:51 AM IST

কোকৰাঝাৰ, 5 জুলাই: কোকৰাঝাৰত সোমবাৰে মিষ্টাৰ, মিছ টিন, কিডছ বড়োলেণ্ড আৰু এক ফেশ্বন শ্ব’ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ সুদৰ্শন ইণ্টাৰটেইনমেন্টৰ উদ্যোগত কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হয় (Fashion show competition in Kokrajhar) ৷ এই প্ৰতিযোগিতাখনত বিটিআৰৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই ফেশ্বন শ্ব’ প্ৰতিযোগিতাত 6 টাকৈ শাখাত মুঠ ১৮ গৰাকী প্ৰতিযোগী বিজয়ী হয় ৷

কোকৰাঝাৰত ফেশ্বন শ্ব’ প্ৰতিযোগিতা

আয়োজক সমিতি তথা সুদৰ্শন ইন্টাৰটেইনমেন্টৰ সঞ্চালক ক্ৰমে জাইকলং বসুমতাৰী আৰু প্ৰাণজ্যোতি আদিত্যই সদৰী কৰা মতে মিছ বড়োলেণ্ড, মিষ্টাৰ বড়োলেণ্ড, মিছ টিন, মিষ্টাৰ টিন, মিছ কিডছ আৰু মিষ্টাৰ কিডছ এই 6 টা শাখাত বিভক্ত কৰে ৷ ইয়াৰে দীপ্তি খুচবু বসুমতাৰীয়ে মিছ বড়োলেণ্ডৰ চুড়ান্ত আৰু খিতাপ আৰু মাইকেল বসুমতাৰীয়ে মিষ্টাৰ বড়োলেণ্ডৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে প্ৰগতি দেবী আৰু ৰিজি ব্ৰহ্মই মিছ বড়োলেণ্ড প্ৰতিযোগিতাৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰাৰ্ণাচআপৰ সন্মান পাবলৈ সক্ষম হৈছে ৷ একেদৰে ৰাহুল দেব বড়ো আৰু প্ৰনয় ওৱাৰীয়ে ক্ৰমে মিষ্টাৰ বড়োলেণ্ডৰ প্ৰথম আৰু দ্বিতীয় ৰাৰ্ণাচআপৰ স্থান দখল কৰিছে ৷ ইফালে প্ৰতিযোগিতাৰ মিছ টিন বড়োলেণ্ড শাখাত প্ৰিয়া বশিষ্ঠ প্ৰথম, মাইছা ফাহমিদা দ্বিতীয় আৰু গুলপৰীয়ে তৃতীয় স্থান দখল কৰিছে ৷

মিষ্টাৰ টিন বড়োলেণ্ড প্ৰতিযোগিতাত দিকী নাৰ্জাৰী প্ৰথম, খৌৰৌম নাৰ্জাৰী দ্বিতীয় আৰু খনছাই ব্ৰহ্মই তৃতীয় স্থান দখল কৰিছে ৷ ইফালে মিছ কিডছ বড়োলেণ্ড প্ৰতিযোগিতাত প্ৰথম ছমায়া ছেত্ৰী, দ্বিতীয় জুতিকা ব্ৰহ্ম আৰু দিপীকা দৈমাৰীয়ে তৃতীয় স্থান দখল কৰিছে ৷

লগতে পঢ়ক : মহানগৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.