ETV Bharat / state

কোকৰাঝাৰত নকল টকা বিতৰণ কৰি ৰঙাঘৰৰ আলহী গাঁও পঞ্চায়তৰ সদস্য

author img

By

Published : Oct 22, 2019, 11:03 AM IST

কোকৰাঝাৰ আৰক্ষীৰ জালত লক্ষাধিক নকল টকা সহ আটক এজন যুৱক ৷ যুৱকজন বঙাইগাঁও জিলাৰ বড়িগাঁও গাঁও পঞ্চায়ত এজন সদস্য ছাদ্দাম হুছেইন বুলি চিনাক্তকৰণ ৷

ছাদ্দাম হুছেইন

কোকৰাঝাৰ, 22 অক্টোবৰ: ৰাজ্যত চলিছে নকল নোটৰ প্ৰচলন ৷ সেয়ে টকা লোৱাৰ সময়ত সাৱধান হওঁক আপুনিয়ো কাৰণ এক বিশেষ সূত্ৰৰ পম খেদি কোকৰাঝাৰ আৰক্ষীয়ে জালত পেলাইছে এজন নকল টকা ব্যৱসায়ীক ৷ ঘটনা সন্দৰ্ভত কোকৰাঝাৰৰ কাচুগাঁৱত সোমবাৰে নিশা নকল ভাৰতীয় মুদ্ৰা (FICN) বিতৰণ কৰি থকাৰ সময়তে কোকৰাঝাৰ আৰক্ষীয়ে কৰায়ত্ব কৰে বঙাইগাঁও জিলাৰ বড়িগাঁও গাঁও পঞ্চায়তৰ সদস্য ছাদ্দাম হুছেইনক ৷ ছাদ্দাম বঙাইগাঁও জিলাৰ পৰেচৰ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ নকল টকা ব্য়ৱসায়ীজনৰ পৰা আৰক্ষীয়ে 2,17,900 নকল টকাৰ লগতে এখন স্কুটি আৰু কিছু নথি-পত্ৰও জব্দ কৰিছে ৷ উল্লেখযোগ্য যে, অধিক তথ্যৰ বাবে বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত তদন্ত চলোৱাৰ লগতে যুৱকজনৰ ওপৰটো জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

কোকৰাঝাৰত নকল টকা বিতৰণ

Intro:Kokrajhar Police apprehended one person involved in distribution of fake Indian currency note(FICN) here on last night.The person was apprehended from Kachugaon in kokrajhar.

Body:The arrested person has been identified as Saddam Hussain (23) from Parerchar in Bongaigaon district and he was a member of Borigaon Gaon Panchayat in Bongaigaon district.

A scooty bearing registration. no. AS-19 H /7880 with fake currency of Rs. 2,17,900/-, one rubber stamp of Borigaon Gaon Panchyat , Voter ID card, AADHAAR card, PAN card and one VIVO V9 mobile phone was seized from his possession.

Conclusion:Kokrajhar police took him custody and further search in different areas of Bongaigaon district is going on.

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.