গোসাঁইগাঁও, 22 আগষ্টঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত 31 নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰতিবাদ ৷ গোসাঁইগাঁও অটো ইউনিয়নে কেন্দ্ৰীয় আৰু ৰাজ্যৰ পৰিবহণ মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু ৰাজ্যিক পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোবাৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে গোসাঁইগাঁও অটো ইউনিয়নে । লগতে শীঘ্ৰে অবৈধভাৱে চলি থকা ই-ৰিক্সা সমূহ বন্ধ কৰাৰ দাবী জনায় অটো ইউনিয়নে ।
গোসাঁইগাঁৱত কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰতিকৃতি দাহ - কেন্দ্ৰীয় মন্ত্ৰী
গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত 31 নং ৰাষ্ট্ৰীয় ঘাই পথত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে গোসাঁইগাঁও অটো ইউনিয়নে
গোসাঁইগাঁও, 22 আগষ্টঃ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত 31 নং ৰাষ্ট্ৰীয় ঘাই পথত প্ৰতিবাদ ৷ গোসাঁইগাঁও অটো ইউনিয়নে কেন্দ্ৰীয় আৰু ৰাজ্যৰ পৰিবহণ মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু ৰাজ্যিক পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোবাৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে গোসাঁইগাঁও অটো ইউনিয়নে । লগতে শীঘ্ৰে অবৈধভাৱে চলি থকা ই-ৰিক্সা সমূহ বন্ধ কৰাৰ দাবী জনায় অটো ইউনিয়নে ।
Feed Name :- Gossaigaon Effigy Burnt.
Rpt :- Gossaigaon.
Date :-22/8/19.
Anchore :- গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত তথা সদৰ চহৰ সংলগ্ন ৩১ নম্বৰ(গ) ৰাষ্ট্ৰীয় ঘাই পথত আজি গোসাঁইগাঁও অটো ইউনিয়নে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি কেন্দ্ৰীয় আৰু ৰাজ্যৰ গৰকাপ্তানী মন্ত্ৰীৰ পুতলিকা দাহ কৰে।।
Body:
S/O :- আজি গোসাঁইগাঁৱত কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী আৰু ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মহন পাটোবাৰীৰ জুমুঠি দাহ কৰি উত্তাল কৰি তোলে।মন্ত্ৰী দুগৰাকীৰ জুমুঠি দাহ কৰে গোসাঁইগাঁও অটো ইউনিয়নে । গোসাঁইগাঁও সদৰ চহৰত দীৰ্ঘদিন ধৰি নথিপত্ৰ বিহীন ভাৱে তথা অবৈধভাৱে চলি থকা ই- ৰিষ্কাৰ বিৰুদ্ধে এই প্ৰতিবাদ গোসাঁইগাঁও অটো ইউনিয়নৰ ।গোসাঁইগাঁৱৰ ৩১ নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাই পথত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। পৰিবহন বিভাগৰ বিৰুদ্ধে উত্তাল কৰি তোলে গোসাঁইগাঁৱৰ ৰাষ্ট্ৰীয় পথ । Conclusion:পৰিবহন বিভাগৰ জ্ঞাতাথে চলি থকা ই - ৰিস্কা সমূহ বন্ধ কৰাৰ দাবী জনায় অটো ইউনিয়ন।কাৰণ নথিপত্ৰ বিহীন ই - ৰিস্কা সমূহ জধে মধে যাত্ৰী কঢ়িয়াই নিয়াত অটো সমূহ ভাতে মৰিবলৈ ধৰিছে।
Byte :- অটো ইউনিয়নৰ নেতা।