ETV Bharat / state

নলাকলৈ চিন্তিত কোকৰাঝাৰবাসী - BTC URBAN DEVELOPMENT

নলাক লৈ আতংকত কোকৰাঝাৰৰ চহৰৰ ৰাইজ ৷ পৌৰ সভা বা বিটিচি প্ৰশাসনৰ নগৰ উন্নয়ন বিভাগে নলাসমূহ চাফ-চিকুণ নকৰাত সমাগত বাৰিষাক লৈ আতংকিত হৈ পৰিছে ৰাইজ ৷

নলাক লৈ আতংকত কোকৰাঝাৰৰ চহৰৰ ৰাইজ
author img

By

Published : Jun 11, 2019, 7:29 PM IST

কোকৰাঝাৰ , 11 জুন : বাৰিষাৰ আগমূহুৰ্তত এতিয়া এটা নলা আতংকৰ কাৰণ হৈ পৰিছে কোকৰাঝাৰবাসীৰ বাবে ৷ কিয়নো বাৰিষা আহি পালেও যদিও বৰ্তমালেও কোকৰাঝাৰ চহৰৰ মাজেৰে বৈ যোৱা নলাসমূহ বৰ্তমানেও পৌৰ সভা বা বিটিচি প্ৰশাসনৰ নগৰ উন্নয়ন বিভাগে চাফ-চিকুণ নকৰাত ক্ষোভিত হৈ পৰিছে কোকৰঝাৰ চহৰৰ ৰাইজ ৷ বিভাগটোৰ অমনোযোগিতাৰ ফলতে চহৰবাসীয়ে প্ৰতিবছৰে বাৰিষা সময়ছোৱাত যমৰ-যাতনা ভোগ কৰি অহাৰ লগতে ভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে ।

Intro:কোকৰাঝাৰ চহৰৰ এটা নলা (ড্ৰাইন) আৰু চহৰবাসীৰ আতংক।

কোকৰাঝাৰ, 11 মে: কোকৰাঝাৰ চহৰৰ মজিয়াত থকা নলা নৰ্মদা ( ড্ৰাইন) সুমু বাৰিষা বতৰ আগ মুহূৰ্তত চাফ চাফাই নকৰাৰ অভিযোগ তুলিছে চহৰবাসীৰ।

Body:বাৰিষাৰ আগ মুহূৰ্তত পৌৰ সভা বা বিটিচি প্ৰশাসনৰ আৰবান দেৱেলপমেণ্টয়ে চহৰৰ নলা নৰ্মদা (ড্ৰাইন) বোৰক চাফ চাফাই কৰিব লাগেছিল জুদিও কোনো কান খাৰ নাই বিভাগটু। জাৰফলত চহৰ বাসীয়ে বছৰ বছৰ জলা যন্ত্ৰণাৰে ভুগিব লগা হৈছে আৰু বিভিন্ন ৰোগত আক্ৰান্ত হবলগীয়াহৈছে।

বিটিচি প্ৰশাসনত এটা আৰবান দেৱেলপমেণ্ট বিভাগ থকা সত্বেও বিটিচিৰ চহৰ চুমুৰ নলা নৰ্মদা ( ড্ৰাইন) বৰ উন্নতিকৰণৰ নোহোৱাটো এক উদ্বিগ্ন বিষয়।

Conclusion:এয়া কোকৰাঝাৰ চহৰৰ নলা নৰ্মদা (ড্ৰাইনৰ) নুমুনা, বাৰিষা বতৰত চহৰৰ লেতেৰা পানী দম দোমাই আৰু চহৰ বাসীৰ গৃহত সোমাই যেন কোনো উন্নতিকৰন স্বৰূপ নোহোৱা ফফুলা স্বৰূপ। এয়া এক উদাহৰণহে। বাকী জিলাৰ চহৰ সুমটো একে অৱস্থা একে পৰিবেশ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.