ETV Bharat / state

কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় কণ্টেইনমেণ্ট জ'ন ঘোষণা

কোকৰঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় তিনিদিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ জিলা উপায়ুক্তৰ চৰকাৰী বাসভৱনত কৰ্মৰত আৰক্ষী জোৱান আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ললিত সৰকাৰ ক'ভিড 19 প'জিটিভত আক্ৰান্ত হোৱাত তাৎক্ষণিকভাৱে উপায়ুক্ত ভাস্কৰ ফুকনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷ তদুপৰি, আগন্তুক তিনিদিনৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সকলো কাম-কাজ আৱৰ্ত ভৱনৰ পৰা পৰিচালিত হ'ব বুলি সদৰি কৰিছে উপায়ুক্ত ভাস্কৰ ফুকনে ।

DC Declared Containment zone to  kokrajhar district administration office
কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় কণ্টেইনমেণ্ট জ'ন ঘোষণা
author img

By

Published : Jul 24, 2020, 4:14 PM IST

Updated : Jul 24, 2020, 4:23 PM IST

কোকৰাঝাৰ,24 জুলাইঃ সমগ্ৰ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অধিক সতৰ্ক হৈ পৰিছে স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনসমূহ ৷

আজি কোকৰঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় তিনিদিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে ৷ জিলা উপায়ুক্তৰ চৰকাৰী বাসভৱনত কৰ্মৰত আৰক্ষী জোৱান আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী ললিত সৰকাৰ ক'ভিড 19 প'জিটিভত আক্ৰান্ত হোৱাত তাৎক্ষণিকভাৱে উপায়ুক্ত ভাস্কৰ ফুকনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে ৷ তদুপৰি,আগন্তুক তিনিদিনৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সকলো কাম-কাজ আৱৰ্ত ভৱনৰ পৰা পৰিচালিত হ'ব বুলি সদৰি কৰিছে উপায়ুক্ত ভাস্কৰ ফুকনে ।

কোকৰাঝাৰ জিলা উপায়ুক্তৰ কাৰ্যালয় কণ্টেইনমেণ্ট জ'ন ঘোষণা

উল্লেখযোগ্য যে,ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰতো বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷ আজিৰ দিনটোতে জিলাখনত নতুনকৈ 50 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে বৰ্তমানে তিনি শতাধিক লোকলৈ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৷

লগতে পঢ়কঃৰাজস্থান ৰাজনৈতিক সংকট : পাইলটৰ আবেদনৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

Last Updated : Jul 24, 2020, 4:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.