ETV Bharat / state

বিটিচিত নতুন কাৰ্যবাহী সদস্যৰ শপতগ্ৰহণ - বিটিচিত নতুন কাৰ্যবাহী সদস্য বিজিত গৌৰা নাৰ্জাৰী

বিটিচিৰ কাৰ্যবাহী হিচাপে শপত ললে বিজিত গৌৰা নাৰ্জাৰীয়ে । ফেব্ৰুৱাৰীত বিটিচিৰ নিৰ্বাচন ৷

বিটিচিত নতুন কাৰ্যবাহী সদস্য বিজিত গৌৰা নাৰ্জাৰী
author img

By

Published : Oct 3, 2019, 12:50 PM IST

কোকৰাঝাৰ, 3 অক্টোবৰ : বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়োক কাৰ্যবাহী সদস্যৰ পদৰ আঁতৰ কৰি তেওঁৰ ঠাইত বিজিত গৌড়া নাৰ্জাৰীক কাৰ্যবাহী পদত অধিষ্ঠিত কৰাৰ পাচত বুধবাৰে বিটিচি বিধান পৰিষদ ভৱনত শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হয় ৷

বি টি চিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকনে শপত বাক্য পাঠ কৰোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, উপ মুখ্য খাম্ফা বৰগয়াৰী আৰু বিটিচিৰ আন কাৰ্যবাহী সদস্যসকল । হস্ততাঁত আৰু ৰেচন বিভাগৰ দায়িত্ব লাভ কৰি নৱ নিযুক্ত কাৰ্যবাহী সদস্য বিজিত গৌৰা নাৰ্জাৰীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ ওপৰত ন্যাস্ত দায়িত্ব সঠিকভাৱে পালন কৰিব বুলি মন্তব্য কৰে ।

গুৰুত্বপূৰ্ণ কথাটো হ'ল - বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে অহা ফেব্ৰুৱাৰীৰ শেষৰ ভাগত নতুবা মাৰ্চৰ প্ৰথম সপ্তাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হব বুলি সদৰিী কৰিছে । বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবে ছয়জন মনোনীত সদস্যক নিযুক্তি দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে মহিলাৰীয়ে ৷

বিটিচি বিধান পৰিষদ ভৱনত নতুন কাৰ্যবাহীৰ শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন

Intro:ফেব্ৰুৱাৰীত বিটিচিৰ নিৰ্বাচন : হাগ্ৰামা

বিটিচিৰ কাৰ্যবাহী হিচাপে শপত ললে বিজিত গৌৰা নাৰ্জাৰীয়ে ।

কোকৰাঝাৰ ২ অক্টোবৰ : বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়োক কাৰ্যবাহী সদস্যৰ পদৰ আতৰ কৰি তেওঁৰ ঠাইত বিজিত গৌড়া নাৰ্জাৰীক কাৰ্যবাহী পদত অধিষ্ঠিত কৰাৰ পুছত আজি বিটিচি বিধান পৰিষদ ভৱনত শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হয় ৷Body:বি টি চিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকনে শপত বাক্য কৰোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, উপ মুখ্য খাম্ফা বৰগয়াৰী আৰু বিটিচিৰ আন কাৰ্যবাহী সদস্যসকল । হস্ততাঁত আৰু ৰেচন বিভাগৰ দায়িত্ব লাভ কৰি নৱ নিযুক্ত কাৰ্যবাহী সদস্য বিজিত গৌৰা নাৰ্জাৰীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁৰ ওপৰত ন্যাস্ত দায়িত্ব সঠিকভাৱে পালন কৰিব বুলি মন্তব্য কৰে ।
ইপিনে বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে অহা ফেব্ৰুৱাৰীৰ শেষৰ ভাগত নতুবা মাৰ্চৰ প্ৰথম সপ্তাহত বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হব বুলি সদৰি কৰিছে । Conclusion:নিৰ্বাচনৰ দিন চমু চাপি অহাৰ বাবে ছয়জন মনোনিত সদস্যক নিযুক্তি দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে মহিলাৰীয়ে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.