ETV Bharat / state

কোকৰাঝাৰত এবছুৰ কৰ্মীৰ ওপৰত আক্ৰমণত বড়োলেণ্ড ছাত্ৰ সন্থা জড়িত থকাৰ কথা অস্বীকাৰ সংগঠনটোৰ

কোকৰাঝাৰ জিলাৰ ছুবাছ পুলিত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা এবছুৰ কৰ্মীৰ ওপৰত হোৱা আক্ৰমণ ঘটনাত বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউ জড়িত থকাৰ কথা অস্বীকাৰ সংগঠনটোৰ সভাপতি ছগমছাৰ বসুমতাৰীৰ ।

author img

By

Published : Apr 29, 2019, 9:28 PM IST

কোকৰাঝাৰত এবছুৰ কৰ্মীৰ ওপৰত আক্ৰমণত বড়োলেণ্ড ছাত্ৰ সন্থা জড়িত থকাৰ কথা অস্বীকাৰ সংগঠনটোৰ

কোকৰাঝাৰ, 29 এপ্ৰিল: কোকৰাঝাৰৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত দিনা বি পি এফৰ কৰ্মীৰ আক্ৰমণত তিনিজন এবছুৰ কৰ্মী গুৰুতৰভাৱে আহত হোৱাৰ তিনিখন বাহন ধ্বংস হয় । সোমবাৰে কোকৰাঝাৰৰ বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি ছগমছাৰ বসুমতাৰীয়ে সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেলাৰ আয়োজন কৰি উক্ত ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ৷ তেওঁ ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ তথ্য নথকাকৈ ব্যক্তিগত শত্ৰুতাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক খৰোমদাও আৰীয়ে সংগঠনটোৰ ওপৰত গোচৰ ৰুজু কৰাৰ অভিযোগ কৰে৷ বসুমতাৰীয়ে প্ৰকৃততে এবছু কৰ্মীয়ে প্ৰথমে গাড়ী ৰখাই বি পি এফ কৰ্মী বিলিফান নাৰ্জাৰীৰ ওপৰত আক্ৰমণ কৰাৰ কাৰণে ৰাইজে বি পি এফ কৰ্মী আক্ৰমণ কৰাৰ কথা উল্লেখ কৰে ।

বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি ছগমছাৰ বসুমতাৰীয়ে শীঘ্ৰে এবছুৰ সম্পাদক খৰোমদাও আৰীৰ ওপৰত মানহানি গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ প্ৰশাসনকো ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰাৰ দাবী জনায় ৷

Intro:বি এছ উৰ সংবাদ মেল।
এবছুৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰাত হাত নাই বি এছ উৰ: ।।

যোৱা ২৩ এপ্ৰিল, তৃতীয় পৰ্যায়ৰ ভোট দিনা কোকৰাঝাৰ চহৰৰ ছুবাছ পুলিত এবছুৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰা ঘটনাত বড়োলেণ্ড ছাত্র সন্থা (বিএছউ)ৰ কোনো জুড়িত নহয় বুলি স্পষ্ট কৰিছে বিএছউৰ সভাৱতী ছগমছাৰ বাসুমতাৰীয়ে।

Body:আজি ককৰাজাৰত থকা কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদ মেলাত কৈযে নিখিল বড়ো ছাত্র সন্থাৰ সম্পাদকে কোনোধৰণৰ ঘটনাৰ ওপৰত গীয়ান নথকাকৈ বিএছউ ৰ ওপৰত গোচৰ ৰুজু কৰাটো এক ধুৰ্ভাগ্যজনক, আৰু এক ব্যক্তিগত খুত্ৰুতাৰ কাৰণে এনেকৈ গোচৰ দিয়াটো কঠিক হোৱা নাই বুলি উল্লেখ কৰে। অতি সোনকালে এবছু ৰ সম্পাদক খৰোমদাও ওআৰীৰ ওপৰত মানহানি গছৰ ৰুজু কৰিম বুলি কৈ।

ঘটনাৰ ওপৰত কৈযে এজন বিপিএফ কৰ্মী বিলিফান নাৰ্জাৰীৰ ওপৰত প্ৰথমে গাড়ী ৰখাই এবছু কৰ্মীয়ে আক্ৰমণ চলাওয়া ফলতহে কিছু ৰাইজে আক্ৰমণ কৰিছিল বুলি উল্লেখ কৰে।

Conclusion:এনেকৈ মনে খোজা আক্ৰমণ কৰা কাণ্ডক বিএছউ ৰ নেতা ছগমছাৰ বাসুমতাৰীয়ে ধীকাৰ দিয়া বুলি কৈ, আৰু প্ৰশাসনৰ কঠিক তদন্ত কৰিবলৈ আহ্বান জনায়।

উল্লেখ কৰিবলগাজে যোৱা ২৩ এপ্ৰিল, তৃতীয় পৰ্যায়ৰ ভোটদান দিনা বিপিএফ কৰ্মীৰ আক্ৰমণত তিনি জন এবছুৰ কৰ্মী আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হবলগা হৈছিল আৰু তিনিখন বাহন ধংশস হৈছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.