ETV Bharat / state

গোসাঁইগাঁৱত বড়ো সাহিত্য সভাৰ মত বিনিময় অনুষ্ঠান - assam news

গোসাইগাঁও জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে কলকাতা সাহিত্য অকাডেমিৰ প্ৰাদেশিক বিষয়া ড0 মিহিৰ কুমাৰ শ্বাহো । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড0 অনিল কুমাৰ বড়ো, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড0 কামেশ্বৰ ব্ৰহ্ম

গোসাঁইগাঁৱত বড়ো সাহিত্য সভাৰ মত বিনিময় অনুষ্ঠান
author img

By

Published : Jul 20, 2019, 12:07 AM IST

কোকৰাঝাৰ, 19 জুলাইঃ কোকৰাঝাৰ গোসাঁইগাঁও বিএড কলেজ প্ৰেক্ষাগৃহত মত বিনিময় অনুষ্ঠান ৷ অনুষ্ঠানত অংশ গ্ৰহণ বড়ো কবি, গায়ক, সাহিত্যিকে ধৰি স্থানীয় ৰাইজ ৷ গোসাইগাঁও জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে কলকাতা সাহিত্য অকাডেমিৰ প্ৰাদেশিক বিষয়া ড0 মিহিৰ কুমাৰ শ্বাহো । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড0 অনিল কুমাৰ বড়ো, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড0 কামেশ্বৰ ব্ৰহ্ম । তাৰোপৰি মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে উপন্যাসিক জয়শ্ৰী বড়ো, সাহিত্যিক আৰু কবি ড0 নিজম নাৰ্জাৰী, হিজুতি ব্ৰহ্ম, ৰনজয় ব্ৰহ্ম, হেমন্ত ব্ৰহ্ম ৷ অনুষ্ঠানটোত বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ন-পুৰণি কবি সাহিত্যিকসকলে কবিতা পাঠ কৰে ৷ আনহাতে, অনুষ্ঠানৰ শেষত গোসাইগাঁও জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত এখন আলোচনি উদ্বোধন কৰে ড0 মিহিৰ কুমাৰ শ্বাহোই ৷

Intro:Story :-- গোসাঁইগাওঁ বিএড কলেজ প্ৰেক্ষাগৃহত বড়ো কবি, গায়ক, সাহিত্যিক আৰু ৰাইজৰ মত বিনিময়:

Feed name:-Bodo Sahitya Sabha & Assam Akedmi Program at Gossaigaon
Dt-19/07/19
Rpt: Gossaigaon

A + VO :-- সাহিত্য অকাডেমিৰ সহযোগত গোসাইগাঁও জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত গোসাঁইগাওঁ বিএড কলেজ প্ৰেক্ষাগৃহত কবি, সাহিত্যিক, গায়ক আৰু ৰাইজৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। সভাত উপস্থিত কবি, গায়ক, সাহিত্যিক আৰু ৰাইজক আদৰণি জনায় কলকাতা সাহিত্য অকাডেমিৰ প্ৰাদেশিক বিষয়া ড° মিহিৰ কুমাৰ শ্বাহো। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ড° অনিল কুমাৰ বড়ো, বড়ো সাহিত্য সভাৰ প্ৰক্তন সভাপতি ড° কামেশ্বৰ ব্ৰহ্ম।
Body: মত বিনিময় অনুষ্ঠানত জয়শ্ৰী বড়ো (উপন্যাসিক), ড° নিজম নাৰ্জাৰী (সাহিত্যিক আৰু কবি), হিজুতি ব্ৰহ্ম (কবি), ৰনজয় ব্ৰহ্ম(কবি), হেমন্ত ব্ৰহ্ম(সাহিত্যিক আৰু কবি) পূৰণি আৰু নতুন সাহিত্যিক, কবি, নাট্যকাৰ, উপন্যাসিকে কবিতা পাঠ কৰা আৰু গান গোৱা এক মনোৰম অনুষ্ঠান দেখা যায়। Conclusion: বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে নৃত্য শিল্পী সকলে।গোসাইগাঁও জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত এখন আলোচনি উদ্বোধন কৰে ড° মিহিৰ কুমাৰ শ্বাহো। শেষত গোসাইগাঁও ডিএড কলেজৰ অধ্যক্ষ তথা আহবায়ক ড° অজিৎ বড়ো সকলোকে শলাগৰ শৰাই আগবঢ়ায়।

Byte-Principal B Ed College Gossaigaon

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.