ETV Bharat / state

বিটিআৰত বড়ো ভাষাক উপ-ভাষা হিচাপে দিয়া স্বীকৃতিক আদৰণি প্ৰমোদ বড়োৰ

author img

By

Published : Oct 8, 2020, 9:46 PM IST

বি টি আৰ চুক্তিৰ বাকী থকা দফাবোৰো শীঘ্ৰে ৰূপায়ণ হোৱাৰ আশা কৰিছে প্ৰমোদ বড়োৱে ৷ বিটিআৰ নিৰ্বাচন চৰকাৰে অহা ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে সভাপতি প্ৰমোদ বড়োয়ে ৷

bodo-leader-welcome-btr
বড়ো ভাষাক উপ-ভাষা হিচাপে দিয়া স্বীকৃতিক আদৰণি প্ৰমোদ বড়োৰ

কোকৰাঝাৰ, 8 অক্টোবৰ : বুধবাৰে বড়ো ভাষাক বিটিআৰৰ উপভাষাৰ স্বীকৃতি দিয়ে কেবিনেটে । লগতে বিটিআৰৰ বাহিৰৰ বড়ো সকলৰ বাবে বি. কে. ডব্লিউ. এ. চি. গঠনৰ কেবিনেটৰ সিদ্ধান্তত উৎফুল্লিত হৈ পৰিছে বড়ো সমাজ ৷ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে বিটিআৰ চুক্তিক ৰূপায়ণ কৰাত চৰকাৰৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে বিজেপি নেতৃত্ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে ৷

বি টি আৰ চুক্তিৰ বাকী থকা দফাবোৰো শীগ্ৰে ৰূপায়ণ হোৱাৰ আশা কৰিছে প্ৰমোদ বড়োৱে ৷ বিটিআৰ নিৰ্বাচন চৰকাৰে অহা ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে সভাপতি প্ৰমোদ বড়োৱে ৷
লগতে পঢ়ক: এইবাৰ টেট শিক্ষক নিযুক্তিত দুৰ্নীতিৰ অভিযোগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.