ETV Bharat / state

গাড়ী-মটৰ দূৰৰ কথা, পথত খোজ দিব নোৱাৰে বাঘন গাঁও পঞ্চায়তৰ বাসিন্দাই

ৰাস্তা নিৰ্মাণৰ বাবে আৱন্টিত কোটি কোটি ধন আত্মসাৎ কৰাৰ অভিযোগ বাঘন গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে ৷ বোকা ৰাস্তাৰে খোজ কাঢ়িবও নোৱাৰে গাঁওবাসীয়ে ৷

author img

By

Published : Jun 11, 2019, 5:49 AM IST

etv bharat

কৰিমগঞ্জ, 11 জুন: পাথাৰকান্দি সমষ্টিৰ বাঘন গাঁও পঞ্চায়তত ৰাস্তাৰ দুৰাৱস্থা ৷ বোকা পানী গছকি নিতৌ অহা যোৱা কৰে স্থানীয় ৰাইজে ৷ গাড়ী মটৰ দূৰৰ কথা বোকা পথেৰে খোজ কাঢ়িবলৈও অসুবিধা হয় গাঁওবাসীৰ ৷ পথ নিৰ্মাণৰ বাবে বাঘন গাঁও পঞ্চায়ত এলেকালৈ MGNREGA আঁচনিৰ পৰা 4,90,86,800 টকা আৱণ্টন দিয়া হয় যদিও পথ নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা প্ৰকাশ কৰিলে স্থানীয় ৰাইজে ৷

গাড়ী-মটৰ দূৰৰ কথা, পথত খোজ দিব নোৱাৰে বাঘন গাঁও পঞ্চায়তৰ বাসিন্দাই

ইয়াৰোপৰি, পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰী আমোলাৰ মিতিৰালিৰে পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈ আৱণ্টিত ধন আত্মসাৎ কৰাৰো অভিযোগ ৰাইজৰ ৷ কেৱল ৰাস্তা ঘাটেই নহয় খোৱাপানীৰো তীব্ৰ সংকটত ভুগে গাঁওবাসীয়ে ৷ কেৱল চৰকাৰী আঁচনিৰ নামত একোখন ফলক থকাৰ বাহিৰে কোনো উন্নয়ণমূলক কাৰ্য হাতত নোলোৱাৰ অভিযোগ বাঘন গাঁৱৰ বাসিন্দাসকলৰ ৷

Intro:Body:Slug.Bad Road conditions.

পাথাৰকান্দি সমষ্টিৰ বাঘন গাঁও পঞ্চায়ত এলেকাৰ এখন পথ নিৰ্মাণৰ বাবে এমজিএনেৰেগা আঁচনিৰ পৰা 4,90868,00 টকা আবণ্টন দিয়া হয়।কিন্তু পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰী আমলাৰ মিতিয়ালিত কাম সম্পূৰ্ণ নকৰাকৈ সামান্য কাম কৰি আত্মসাত কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে।বৰ্তমান পথখন শোচনীয় ৰূপ লৈছে।পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাতৰ ।গাড়ী চলাচল তো দূৰৰ কথা খোজকাঢ়ি যোৱাও দায় হৈ পৰিছে। স্থানীয় ৰাইজে আৰু অভিযোগ এই গাঁও পঞ্চায়েত কংগ্ৰেছৰ দখলৰ থকাৰ বাবে কোনো ধৰণৰ উন্নয়ন হোৱা নাই ছাইনবোৰ্ড থাকিলেও আঁচনিৰ নাই খবৰ।খোৱাপানীৰ তীব্ৰ সংকট অঞ্চলটোত।

বাইট, স্থানীয় ৰাইজ।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী, ইটিভি ভাৰত।অসম।।।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.