ETV Bharat / state

অসমত উপস্থিত ওড়িশাত ফেনীৰ কৱলত পৰা 32 গৰাকী তীৰ্থযাত্ৰী - অসমত উপস্থিত ওড়িশাত ফেনীৰ কৱলত পৰা 32 গৰাকী তীৰ্থযাত্ৰী

ওড়িশাৰ পুৰীত সাগৰীয় ধুমুহা ফেনীৰ ধ্বংসলীলাৰ কৱলত পৰা অসমৰ 32 গৰাকী তীৰ্থযাত্ৰী বুধবাৰে অসম বংগ সীমান্ত শ্ৰীৰামপুৰত উপস্থিত হয়। তীৰ্থযাত্ৰীসকল অসমৰ নলবাৰী আৰু টিহুৰ বাসিন্দা ।

অসমত উপস্থিত ওড়িশাত ফেনীৰ কৱলত পৰা 32 গৰাকী তীৰ্থযাত্ৰী
author img

By

Published : May 9, 2019, 7:12 AM IST

কোকৰাঋাৰ, 9 মে': তীৰ্থযাত্ৰীৰ দলটো আগমনৰ খৱৰ লাভ কৰাৰ লগে লগে গোসাইগাঁও মহকুমা প্ৰশাসনে অসম বংগ সীমান্তৰ পাকৰিগুৰিত তীৰ্থযাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে যাত্ৰীসকলৰ স্বাস্থ্যৰ বুজ লৈ লঘু আহাৰ যোগান ধৰে । যাত্ৰীসকলে জনোৱা মতে সাগৰীয়া ধুমুহা ফেনীৰ তাণ্ডৱৰ মাজত আৱদ্ধ হৈ তিনিদিন অনাহাৰে অনিদ্ৰাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ।

অসমত উপস্থিত ওড়িশাত ফেনীৰ কৱলত পৰা 32 গৰাকী তীৰ্থযাত্ৰী

কোকৰাঋাৰ, 9 মে': তীৰ্থযাত্ৰীৰ দলটো আগমনৰ খৱৰ লাভ কৰাৰ লগে লগে গোসাইগাঁও মহকুমা প্ৰশাসনে অসম বংগ সীমান্তৰ পাকৰিগুৰিত তীৰ্থযাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে যাত্ৰীসকলৰ স্বাস্থ্যৰ বুজ লৈ লঘু আহাৰ যোগান ধৰে । যাত্ৰীসকলে জনোৱা মতে সাগৰীয়া ধুমুহা ফেনীৰ তাণ্ডৱৰ মাজত আৱদ্ধ হৈ তিনিদিন অনাহাৰে অনিদ্ৰাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ।

অসমত উপস্থিত ওড়িশাত ফেনীৰ কৱলত পৰা 32 গৰাকী তীৰ্থযাত্ৰী
Intro: উৰিষ্যাৰ ফনি তাণ্ডৱৰ পৰা ৰক্ষা পাই অৱশেষত অসমৰ টিহু আৰু নলবাৰীৰ 32 গৰাকী তীৰ্থযাত্ৰী আহি উপস্থিত হ'ল অসম বংগ সীমান্ত শ্ৰীৰামপুৰত:

Body:পুৰীত গৈ ফণীৰ ধ্বংসলীলাৰ কবলত পৰা অসমৰ ৩২ গৰাকী তীৰ্থযাত্ৰী আজি সুকলমে আহি অসমত উপস্হিত হয়। ওড়িশাৰ পৰা অসমৰ তীৰ্থযাত্ৰীৰ আজি আগমনৰ খৱৰ পাই গোসাইগাও মহকুমা প্ৰশাসনে অসম বংগ সীমান্তৰ পাকৰিগুৰিত তীৰ্থযাত্ৰী সকলক আদৰণি জনোৱাৰ লগতে যাত্ৰী সকলৰ স্বাস্হ্য বুজলৈ লগু আহাৰ যোগান ধৰে। যাত্ৰী সকলে জনোৱা মতে ফণীৰ তাণ্ডৱ লীলাৰ মাজত আবদ্ধ হৈ তিনিদিন ধৰি অনাহাৰে অনিদ্ৰাত দিন অতিবাহিত কৰিবলগা হৈছে। আজি আহি অসমত প্ৰবেশ কৰাৰ লগে লগে যাত্ৰী সকলে স্বস্তিৰ নিঃশ্বাস পেলায়।

Conclusion:ফণীৰ কবলত পৰা যাত্ৰী সকল অসমৰ নলবাৰী আৰু টিহুৰ বাসিন্দা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.