ETV Bharat / state

ডক্টৰ দে’ উপলক্ষে চিকিৎসকক সম্বৰ্ধনা অখিল হিন্দী ভাষী বিকাশ পৰিষদৰ - স্বাস্থ কৰ্মী

পবিত্ৰ " ডক্টৰ দে’ৰ মহান দিনটোতে কোকৰাঝাৰত কৰ'ণা যোদ্ধা চিকিৎসক সকলক অখিল হিন্দীভাষী বিকাশ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । লগতে, পৰিষদৰ তৰফৰ পৰা কোকৰাঝাৰ চহৰৰ হিন্দী স্কুলৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হিন্দীভাষী সম্প্ৰদায়ৰ মাজত সুনাম বুটলিবলে সক্ষম হোৱাত উক্ত দুগৰাকী মেধা ছাত্ৰী ক্ৰমে গংগা কুমাৰী আৰু চানিয়া মিৰ্জাকো গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ।

Assam: Covid19 warriors felicitated at kokrajhar

author img

By

Published : Jul 1, 2020, 9:56 PM IST

কোকৰাঝাৰ, ১জুলাই : ৰাজ্যত মাৰাত্মক কৰ'ণা ভাইৰাছৰ সংক্ৰমণ দিনকদিনে বৃদ্ধি পোৱাৰ সময়ছোৱাত দিন-ৰাতি একাকাৰ কৰি মানৱ সেৱাত ব্ৰতী হোৱা চিকিৎসক সকলৰ মনোৱল বৃদ্ধিৰ বাবে " ডক্টৰ দে’ৰ মহান দিনটোতে কোকৰাঝাৰত কৰ'ণা যোদ্ধা চিকিৎসক সকলক অখিল হিন্দীভাষী বিকাশ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

Assam: Covid19 warriors felicitated at kokrajhar
ডক্টৰ দে’ উপলক্ষে চিকিৎসকক সম্বৰ্ধনা অখিল হিন্দী ভাষী বিকাশ পৰিষদৰ

এই উপলক্ষে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত বুধবাৰে অখিল হিন্দী ভাষী বিকাশ পৰিষদৰ মুখ্য পৃষ্ঠপোষক ভৰত শৰ্মাৰ নেতৃত্বত দল এটি কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক সকলক "ডক্টৰ দে’ৰ শুভেচ্ছা জনাই একোখনকৈ গামোছা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় ৷

লগতে, পৰিষদৰ তৰফৰ পৰা কোকৰাঝাৰ চহৰৰ হিন্দী স্কুলৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ হিন্দীভাষী সম্প্ৰদায়ৰ মাজত সুনাম বুটলিবলে সক্ষম হোৱাত উক্ত দুগৰাকী মেধা ছাত্ৰী ক্ৰমে গংগা কুমাৰী আৰু চানিয়া মিৰ্জাকো গামোছাৰে সন্মৰ্দ্ধনা জনোৱা হয় ।

উক্ত অনুষ্ঠানত অখিল হিন্দী ভাষী বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা শংকৰ শ্বাহ, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ওমপ্ৰকাশ শ্বাহ,কাৰ্যকৰী সভাপতি মনোজ উপধ্যায় আৰু সম্পাদক সঞ্জয় কালোৱাৰ উপস্থিত থাকে ।

লগতে পঢ়ক : সুদীৰ্ঘ ন বছৰৰ ন্যায় পালে ডাঃ দেৱজিৎ দাস আৰু শাৰদী দাসে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.