ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে বিটিচিত অবৈধ অস্ত্ৰৰ ঝনঝননি - নিৰ্বাচনৰ পূৰ্বে বিটিচিত অবৈধ অস্ত্ৰৰ জনজননি

কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী লাওপানী আৰু উল্টাপানীৰ মাজত আজি কোকৰাঝাৰ আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথ অভিযান চলাই বৃহৎ পৰিমানৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ
author img

By

Published : Mar 17, 2020, 11:27 PM IST

Updated : Mar 17, 2020, 11:43 PM IST

কোকৰাঝাৰ, 17 মাৰ্চঃ বিটিচি নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে কোকৰাঝাৰ আৰক্ষীয়ে পুতি থোৱা অৱস্থাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰা ঘটনাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰি কৰিছে ।

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ
কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

কোকৰাঝাৰ আৰক্ষী আৰু ভাৰতীয় সেনাই যৌথ অভিযান চলাই ভাৰত-ভূটান সীমান্তৱৰ্তী লাওপানী আৰু উল্টাপানীৰ মাজত উদ্ধাৰ কৰা অস্ত্ৰ শস্ত্ৰ সমূহ AK ৫৬ দুটা , গ্ৰেণেড লাঞ্চাৰ এটা , পইণ্ট ২২ ৰাইফল এটা , দেশীয় নিৰ্মিত ৰাইফল ১১ টা , পইণ্ট ২২ পিষ্টল এটা , ৭.৬৫ MM পিষ্টল দুটা , ৭.৯ MM পিষ্টল এটা , দেশীয় নিৰ্মিত পিষ্টল তিনিটা , একে ৫৬ ৰ মেগজিন ১১ টা , M ১৬ ৰাইফলৰ মেগজিন দুটা , পইণ্ট ২২ ৰাইফলৰ মেগজিন এটা , পইণ্ট ২২ পিষ্টলৰ মেগজিন এটা , 9 MM পিষ্টলৰ মেগজিন ১০টা , ৭.৬৫ MM ৰ মেগজিন ছয়টা , চাৰি শতাধিক সজীৱ গুলী , ছেটেলাইট ফোন , চাইনিজ গ্ৰেণেডকে ধৰি বহু বিস্ফোৰক সামগ্ৰী ।

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

বৰ্তমানলৈ উদ্ধাৰ হোৱা অস্ত্ৰখিনি কোন সংগঠনৰ সেই বিষয়ে স্পষ্ট কৰা নাই আৰক্ষীয়ে । উক্ত ঘটনা সন্দৰ্ভত ভিন্ন ঠাইত অভিযান চলোৱা হ'ব বুলিও জানিবলৈ দিয়ে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক আৰ. ৰৌছোঁনে ৷

লগতে পঢ়কঃ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ওদালগুৰিত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ

Last Updated : Mar 17, 2020, 11:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.