ETV Bharat / state

মোডীৰ আগমণক লৈ বিটিআৰত বৃহৎ মটৰচাইকেল ৰেলী - PM narendra modi attending BTR bijoi utsav

অহাকালিলৈ কোকৰাঝাৰত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মোডীয়ে বিটিআৰৰ বিজয় উৎসৱত যোগদান কৰিব ৷ ইয়াকে লৈ কোকৰাঝাৰ আৰু চিৰাঙত আজি বাহিৰ কৰা হয় বৃহৎ মটৰ চাইকেল ৰেলী ৷

PM narendra modi attending BTR bijoi utsav at kokrajhar
7 ফেব্ৰুৱাৰীত BTR চুক্তিৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
author img

By

Published : Feb 6, 2020, 7:57 PM IST

কোকৰাঝাৰ চিৰাং , 6 ফেব্ৰুৱাৰী : BTR চুক্তিক লৈ 7 ফেব্ৰুৱাৰীত কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ কোকৰাঝাৰ ভ্ৰমণক লৈ জিলাখনত ব্যাপক উচ্চাহ-উদ্দীপনাৰ লগতে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷

7 ফেব্ৰুৱাৰীত BTR চুক্তিৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

নিখিল বড়ো ছাত্ৰ সন্থা, পিপলছ জইন্ট এক্টন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট আৰু এনডিএফবিয়ে যৌথভাৱে উলিয়াই মটৰ চাইকেল ৰেলী ৷ কোকৰাঝাৰ চহৰৰ ভবাণীপুৰৰ পৰা ওলোৱা এই ৰেলীত সহশ্ৰাধিক যুৱকে অংশগ্ৰহণ কৰি মোদী ৱেলকাম, বিটিআৰ জিন্দাবাদ ইত্যাদি শ্ল'গান দিয়া পৰিলক্ষিত হয় ৷

একেদৰে চিৰাঙতো দেখা গ'ল এবছুৰ মটৰ চাইকেল ৰেলী ৷ কাজলগাঁৱৰ পৰা উলিওৱা এই ৰেলীৰ শুভাৰম্ভ কৰে এবছুৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ জয়ন্ত বসুমতাৰীয়ে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বড়ো সকলৰ মাজত সম্পাদিত হোৱা তৃতীয়খন বড়ো চুক্তি BTRক আদৰণি জনোৱা আৰু ৭ ফেব্ৰুৱাৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ জিলা ভ্ৰমণ সন্দৰ্ভত জিলাখনৰ সাধাৰণ লোকক সজাগ কৰিবলৈ এই ৰেলীৰ আয়োজন কৰে বুলি এবছুৰ মুখপাত্ৰই মন্তব্য কৰে ৷

আৰু পঢ়ক : কোকৰাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণকলৈ স্থান পৰিদৰ্শন সোণোৱালৰ

Intro:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 7 ফেব্ৰুৱাৰীত প্ৰস্তাৱিত কোকৰাঝাৰ ভ্ৰমণক লৈ মাজত মাথো কৈঘণ্টা বাকী আছে। এতিমধ্যে প্ৰধামন্ত্ৰীক আদৰাৰবাবে ব্যাপক প্ৰস্তুতি তুংগত।

Body:নিখিল বড়ো ছাত্ৰ সন্থা, পিওপিল জয়ন্ত এক্টিণ কমিটি ফৰ বড়োলেণ্ড মভমেণ্ট আৰু এনডিএফবি প্ৰগঠিলয়ে যৌথভাবে বৃহৎ মটৰ চাইকেল ৰেলি বাহিৰ ওলুৱাই।

কোকৰাঝাৰ চহৰৰ ভবাণিপুৰপৰপৰা বাহিৰ ওলোৱা এই ৰেলিত সহস্ৰাধিক যুৱকে অংশগ্ৰহন কৰে। মোদী বেলকাম, বিটিআৰ জিন্দাবত ইত্যাদি শ্লোগানেৰে উত্তাল কৰে কোকৰাঝাৰ চহৰ।

Conclusion:কোকৰাঝাৰ চহৰৰ পৰা পৰা দোতোমা, ৰামফলবিল, কাৰিগাঁও হৈ জিলাৰ বিভিন্ন অঞ্চলত এই ৰেলিখন উলুৱাই।

Byte_ABSU leader....
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.