ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ বছৰি ১০০ কোটি টকাৰ পুঁজি আৱণ্টনৰ দাবী এবছুৰ

author img

By

Published : Jul 11, 2020, 5:18 AM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ নিখিল বড়ো ছাত্ৰ সন্থাৰ সঁজাতি দলৰ ৷ বছৰি ১০০ কোটিকৈ পুঁজি আৱণ্টনৰ দাবী ।

bodoland university
bodoland university

কোকৰাঝাৰ,১০ জুলাই : বিভিন্ন সমস্যাৰে জৰ্জৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত শুকুৰবাৰে এবছুৰ সভাপতি দ্বীপেন বড়োৰ নেতৃত্বত আঠজনীয়া প্ৰতিনিধি দল উপস্থিত হৈ বিশ্ববিদ্যালয়খনৰ সমস্যা সম্পৰ্কত উপাচাৰ্য এল এল সিঙৰ সতে এক বৈঠকত মিলিত হয় ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ে ১২ বি ষ্টেটাছ পোৱা সত্বেও আন্তঃগাঁথনি , পৰ্যাপ্ত পৰিমানে শিক্ষক-কৰ্মচাৰী নথকাৰ বিষয়ে সদৰি কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে বিশ্ববিদ্যালয়খনত বাংলা, নেপালী আৰু হিন্দী বিষয়ত মাতৃভাষা পাঠ্যক্ৰম মুকলি কৰিবলৈ দাবী উত্থাপন কৰিছে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ বছৰি ১০০ কোটি টকাৰ পুঁজি আৱণ্টনৰ দাবী

তদুপৰি অসম চৰকাৰক বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ বছৰি ১০০ কোটিকৈ পুঁজি আৱণ্টন দিবলৈও দাবী উত্থাপন কৰি এইবিষয়ত চৰকাৰক হেঁচা প্ৰদান কৰা হ'ব বুলি সদৰি কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

লগতে পঢ়ক : কোভিড 19 ত আক্ৰান্ত ৰঞ্জন দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.