ETV Bharat / state

কোকৰাঝাৰত আমছুৰ নাগৰিক সভা - aamsu meeting at kokrajhar

কোকৰাঝাৰত শনিবাৰে আমছুয়ে অনুষ্ঠিত কৰে নাগৰিক সভা ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল ওপৰত ৰায়দানকলৈ শংকিত হৈ পৰা অজনজাতি লোকসকলৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় নাগৰিক সভা ৷

কোকৰাঝাৰ
কোকৰাঝাৰত আমছুৰ নাগৰিক সভা
author img

By

Published : Jan 18, 2020, 8:36 PM IST

কোকৰাঝাৰ, 18 জানুৱাৰীঃ শনিবাৰে কোকৰাঝাৰ চহৰত আমছু অৰ্থাৎ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই আয়োজন কৰে নাগৰিক সভা ৷ সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল ওপৰত ৰায়দানকলৈ যুগ যুগান্তৰৰ পৰা বসবাস কৰা অজনজাতি লোকসকল শংকিত হৈ পৰা সন্দৰ্ভত আলোচনা কৰে সভাত ৷ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে কয়, "ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখলৰ ওপৰত অজনজাতি লোকক উচ্ছেদৰ বাবে নিৰ্দেশনাকলৈ আমছুই অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সৈতে শীঘ্ৰে আলোচনাত বহিব ৷

কোকৰাঝাৰ
কোকৰাঝাৰত আমছুৰ নাগৰিক সভা

আনহাতে, আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ বিটিএডিত বিষেককৈ কোনো জাতি-জনগোষ্ঠীৰ মাজত বড়ো-অনাবড়ো, জনজাতি-অজনজাতি বুলি ভূল বুজাবুজিৰ সৃষ্টি নহয় আৰু কোনো যাতে ৰাজনীতি নকৰে ৷ শান্তি মিলাপ্ৰীতিক লৈ আমছুৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৷

কোকৰাঝাৰত আমছুৰ নাগৰিক সভা

উল্লেখ্য যে, বিগত ৯ ডিচেম্বৰ ২০১৯ ত গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল কৰি থকা অজনজাতি লোকসকলক উচ্ছেদৰ বাবে সংশ্লিষ্ট জিলাৰ উপায়ুক্তক নিৰ্দেশনা পিছতে আতংকিত হৈ পৰে অজনজাতি লোকসকল ।

আৰু পঢ়কঃ ধাৰাপুৰত 'গণ হুংকাৰ' কাৰ্যসূচী

Intro:ANCHOR_ গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখলৰ ওপৰত অজনজাতি লোকক উচ্ছেদৰ বাবে নিৰ্দেশনাকলৈ কঠোৰ ভূমিকা গ্ৰহণ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্তা চমুকৈ আমছুই।

Body:VO1: উল্লেখযোগ্যযে যোৱা ৯ ডিচিম্বৰ ২০১৯ত গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল কৰিথকা অজনজাতি লোকসকলক উচ্ছেদৰ বাবে সংশ্লিষ্ট জিলাৰ উপাইক্তক নিৰ্দেশনা পিছতে আতংকিত হৈ পৰিছিল অজনজাতি লোক সকল।

আতংকিত জনসাধাৰণ লোকসকলক আশ্বস্ত কৰাৰবাবে আৰু শান্তিৰে পৰিবেশৰ লক্ষাৰাখি আজি আমছুই কোকৰাঝাৰ চহৰত এখন নাগৰিক সভাৰ অনুষ্ঠিত কৰে। এই সভাত আমছু সভাপতি ৰেজৌউল কৰিম চৰকাৰে সাংবাদিকৰ আগত কৈজে গুৱাহাটী উচ্চ ন্যায়ালয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল ওপৰত ৰায়দানকলৈ যুগ যুগান্তৰৰ পৰা বসবাস কৰা অজনজাতি লোকসকল শংকিত হৈ পৰাৰ বাবে এনে নাগৰিক সভা সৈতে আলোচনা সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে বুলি সুদৰিকৰে। তাৰবাবে আমছুই অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰসৈতে অতিশীগৰে আলোচনা কৰাৰ কথা উল্লেখ কৰে।

Byte1 : ৰেজৌউল কৰিম চৰকাৰ, সভাপতি আমছু।

VO2 : এই উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ বিটিএডিত বিষেককৈ কোনো জাতি জনগোষ্টীৰ মাজত বড়ো অনাবড়ো, জনজাতি অজনজাতি বুলি ভুলবুজাবুজিৰ সৃষ্টি নহয় আৰু কোনো ৰাজনীতি নকৰে শান্তি মিলাপ্ৰীতিক লৈ আমছুৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে।

Byte2 : আজিজুৰ ৰহমান, উপদেষ্টা আমছু।

Conclusion:VO3: এই সভাত আমছুৰ সাধাৰণ সম্পাদক ইমতিয়াছ হুছেইন, উপ-সভাপতি চফীকুল ইছলাম, এবিএমছুৰ উপদেষ্টা মাইনুল হক, ৰেলিজিওছ মাইনৰিটি কাউন্সিলৰ সভাপতি আফজল হক চৰকাৰ, সাধাৰণ সম্পাদক আইনাল হককে ধৰি বহু সমাজকৰ্মী উপস্থিত আছিল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.