ETV Bharat / state

কোকৰাঝাৰত অঘটন: গৌৰাং নৈত উটি গ’ল মাছ মাৰিবলৈ যোৱা ব্যক্তি

author img

By

Published : Aug 27, 2020, 6:24 PM IST

Updated : Aug 27, 2020, 8:44 PM IST

a fisherman drawn in gaurang river of kokrajhar assam etv bharat news
গৌৰাং নৈত উটি গ’ল মাছ মাৰিবলৈ যোৱা ব্যক্তি

18:14 August 27

এছডিআৰএফ বাহিনীৰ আৰম্ভ অনুসন্ধান

কোকৰাঝাৰ,27 আগষ্ট: কোকৰাঝাৰত সংঘটিত হৈছে এক অঘটন ৷ জিলাখনৰ গৌৰাং নৈত উটি গ’ল মাছ মাৰিবলৈ যোৱা এগৰাকী ব্যক্তি ৷ উক্ত ব্যক্তিগৰাকী ভোটগাঁও ইন্দিৰা কলনীৰ অহিজুল শ্বেখ বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি এছডিআৰএফ বাহিনীয়ে আৰম্ভ কৰিছে নদীখনত উদ্ধাৰ অভিযান ৷ কিন্তু ঘটনাৰ ১২ ঘণ্টা অতিক্ৰম কৰাৰ পিছতো সন্ধান পোৱা নাই ব্যক্তিগৰাকীৰ ৷

লগতে চাওকঃ 60 দশকৰ অসমৰ মিউজিক বেণ্ড "দ্যা কুইভাৰ্ছ"ৰ কথাৰে..

Last Updated : Aug 27, 2020, 8:44 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.