- আমেৰিকাত নিৰ্মিত পিষ্টল আৰু দুই জাঁই গুলীসহ কৰিমগঞ্জত আটক যুৱক ৷
- আছাম ৰাইফলছৰ 29 নং বেটেলিয়নৰ জোৱানৰ হাতত আটক যুৱকজন ৷
- আটকাধীন যুৱকজন 4 নং ৰাতাবাৰী বিধানসভা সমষ্টিৰ বৰবালীয়া গাঁৱৰ প্ৰবীৰ মালাকাৰ ৷
- প্ৰবীৰৰ সৈতে আন এজন যুৱকো আছিল যদিও আৰক্ষী অভিযানৰ খবৰ পাই পলায়ন কৰে ৷
- পিষ্টলসহ প্ৰবীৰক ৰাতাবাৰী আৰক্ষী থানাত চমজালে আছাম ৰাইফলছে ৷
কৰিমগঞ্জত পিষ্টলসহ আটক এজন যুৱক - কৰিমগঞ্জত আটক হ'ল এজন যুৱক
আমেৰিকাত নিৰ্মিত পিষ্টল আৰু গুলীসহ কৰিমগঞ্জত আটক হ'ল এজন যুৱক ৷
কৰিমগঞ্জত পিষ্টলসহ আটক এজন যুৱক
- আমেৰিকাত নিৰ্মিত পিষ্টল আৰু দুই জাঁই গুলীসহ কৰিমগঞ্জত আটক যুৱক ৷
- আছাম ৰাইফলছৰ 29 নং বেটেলিয়নৰ জোৱানৰ হাতত আটক যুৱকজন ৷
- আটকাধীন যুৱকজন 4 নং ৰাতাবাৰী বিধানসভা সমষ্টিৰ বৰবালীয়া গাঁৱৰ প্ৰবীৰ মালাকাৰ ৷
- প্ৰবীৰৰ সৈতে আন এজন যুৱকো আছিল যদিও আৰক্ষী অভিযানৰ খবৰ পাই পলায়ন কৰে ৷
- পিষ্টলসহ প্ৰবীৰক ৰাতাবাৰী আৰক্ষী থানাত চমজালে আছাম ৰাইফলছে ৷
Intro:Body:*SLUG:-YOUTH ARREST WITH PISTOL, KARIMGANJ*
কৰিমগঞ্জত এখন বিদেশী পিষ্টল আৰু ২ জাঁই গুলি সহ এগৰাকি যুৱকক আটক কৰিলে অসম ৰাইফলৰ জোৱানে। জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অসম মিজোৰাম সীমান্তবৰ্তী চেৰাগীৰ বৰবালীয়াৰ পৰা আটক কৰা যুবকজনৰ নাম প্ৰবীৰ মালাকাৰ। যুৱকজনৰ লগত ইউ.এছ.এ. নিৰ্মীত এটা ৯বৰৰ পিষ্টল আৰু গুলি জব্দ কৰে অসম ৰাইফলৰ ২৯ বেটেলিয়নে।
কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অসম মিজোৰাম সীমান্তবৰ্তী চেৰাগীৰ বৰবালীয়াৰ পৰা ইউ,এছ,এ নিৰ্মীত এটা ৯বৰৰ পিষ্টল সহ এজন যুৱকক আটক কৰে আৰক্ষী আৰু অসম ৰাইফলৰ ২৯নং বেটেলিয়নে। ধৃত যুৱক জন হ'ল প্ৰবীৰ মালাকাৰ,ঘৰ ৪নং বৰবালীয়া গাঁৱত। প্ৰবীৰৰ সৈতে আন এজন যুৱকো আছিল পিষ্টল সহ। যুৱকজনে ৰাতাবাৰী থানাৰ আৰক্ষীৰ সৈতে অসম ৰাইফলৰ দলটো প্ৰবেশ কৰা গম পাই এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে । প্ৰবীৰ আৰু তেওঁৰ বন্ধুয়ে নিশা এঘৰৰ বাৰান্দাত বহী মদ্যপান কৰি থকা অৱস্থাত পূৰ্বৰ খবৰৰ ভিত্তিত ২৯নং অসম ৰাইফলৰ দলটো প্ৰবেশ কৰি পিষ্টল সহ প্ৰবীৰক আটক কৰে যদিও আনজন যুৱক পলাই সাৰে। বৰ্তমান পিষ্টল সহ প্ৰবীৰক ৰাতাবাৰী থানাত চমজালে অসম ৰাইফলৰ দলটোৱে। পিষ্টলৰ সৈতে দুই জাঁই গুলিও উদ্ধাৰ কৰি ৰাতাবাডি আৰক্ষীক গতাই দিয়ে। যদিও পিস্তলটো মামৰে ধৰাৰ বাৱে গুলিখিনি ওলাব সম্ভব হোৱা নাই।
*কৰিমগঞ্জ,২০-০৮-১৯*Conclusion: