ETV Bharat / state

Har Ghar Tiranga Abhiyan: কৰিমগঞ্জৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰিছে এগৰাকী যুৱতীয়ে

author img

By

Published : Aug 1, 2022, 3:47 PM IST

কৰিমগঞ্জৰ ঘৰে ঘৰে পতাকা বিতৰণ কৰিছে এগৰাকী যুৱতীয়ে ৷ ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে (Har Ghar Tiranga Abhiyan) ।

a-young-woman-distributes-national-flag-at-karimganj
কৰিমগঞ্জৰ ঘৰে ঘৰে পতাকা বিতৰণ কৰিছে এগৰাকী যুৱতীয়ে

কৰিমগঞ্জ, 1 আগষ্ট: কেৱল ঘৰতে বহি চৰকাৰক সমালোচনা কৰাৰ পৰিৱৰ্তে ভাল কামত সৰকাৰৰ সহযোগিতাত ওলাই আহিল বদৰপুৰৰ দেশপ্ৰেমী মুন্নী চেত্ৰী । ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে (Har Ghar Tiranga Abhiyan) ।

জন অংশীদাৰিত্বৰে ‘হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী সাফল্য মণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনাইছে ৷ ‘হৰ ঘৰ ত্ৰিৰংগা অভিযান’ কাৰ্যসূচীৰ সঁহাৰি জনাই আৰ্থিকভাৱে পিছপৰা ১০০ৰো অধিক পৰিয়ালৰ হাতত বিনামূলীয়াকৈ আজাদী কা অমৃতা মহোৎসৱৰ দিনা পতাকা উত্তোলন কৰিবলৈ ভাৰতৰ জাতীয় পতাকা বিতৰণ কৰে দেশ প্ৰেমী মুন্নী চেত্ৰীয়ে (A young woman distributes National flag in Karimganj ) ।

দেওবাৰে "এক কদম সৰকাৰ কেলিয়ে, এক কদম দেশ আৰু সমাজ লৈ ই" অভিযানৰ আধাৰত সমাজকৰ্মী মুন্নীয়ে চৰকাৰৰ সহযোগত যাত্ৰা আৰম্ভ কৰি বদৰপুৰৰ বিভিন্ন গাঁৱৰ অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালক বিনামূলীয়াকৈ ত্ৰিৰংগা বিতৰণৰ কৰে ৷

মুন্নী চেত্ৰীয়ে চৰকাৰক সকলো কামতে অপ্ৰয়োজনীয়ভাৱে সমালোচনা বা বিৰোধিতা কৰাটো উচিত নহয় বুলি উল্লেখ কৰি পতাকাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ প্ৰাণ আহুতি দিয়া পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনাই স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ঘৰে ঘৰে পতাকা উত্তোলন কৰি আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা উচিত বুলি মন্তব্য কৰে ৷

লগতে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনক এখন সমৃদ্ধিশালী কৰি তোলাৰ বাবে এক বৃহৎ প্ৰচেষ্টা হাতত লোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ গতিকে দেশ আৰু সমাজৰ প্ৰতি থকা নাগৰিক কৰ্তব্য পালন কৰাৰ লগতে নিজৰ অধিকাৰ পূৰণৰ ক্ষেত্ৰত সাৱধান আৰু সচেতন হোৱা উচিত বুলিও মন্তব্য কৰে ।

মুন্নী চেত্ৰী বদৰপুৰৰ এগৰাকী বিশিষ্ট শিক্ষক তথা সাহিত্যিক সুমন ৰঞ্জন সেনৰ লগত লগ-লাগি ঘৰে ঘৰে গৈ ত্ৰিৰংগ বিতৰণ কৰে ।

লগতে পঢ়ক: Commercial LPG cylinder price cut: আজিৰ পৰা হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.