কৰিমগঞ্জ, 20 আগষ্টঃ ব্যাপক অনিয়মৰ অভিযোগ কৰিমগঞ্জ জিলাৰ লোৱাইৰপোৱা এপিডিচিএল কাৰ্যালয়ত ৷ কাৰ্যালয়ত উপস্থিত নাথাকে কাৰ্যালয়টোৰ মুখ্য বিষয়া এছডিঅ' শুভম দাস ৷ শক্তি বিভাগৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চলাই আছে কাৰ্যালয়ৰ সকলো কাৰ্য ৷ এছডিঅ'ৰ বাবে অপেক্ষাৰত বহু গ্ৰাহক যদিও কাৰ্যালয়ত উপস্থিত থকা কৰ্মচাৰীজনে নাজানে এছডিঅ' ক'ত ?এই দৰেই চলি আছে একাংশ চৰকাৰী কাৰ্যালয় ।
কৰিমগঞ্জ এপিডিচিএল কাৰ্যালয়ত ব্যাপক অনিয়ম - কৰিমগঞ্জ জিলাৰ লোৱাইৰপোৱা এপিডিচিএল কাৰ্যালয়
কৰিমগঞ্জ জিলাৰ লোৱাইৰপোৱা এপিডিচিএল কাৰ্যালয়ত ব্যাপক অনিয়মৰ অভিযোগ
কৰিমগঞ্জ এপিডিচিএল কাৰ্যালয়ত ব্যাপক অনিয়ম
কৰিমগঞ্জ, 20 আগষ্টঃ ব্যাপক অনিয়মৰ অভিযোগ কৰিমগঞ্জ জিলাৰ লোৱাইৰপোৱা এপিডিচিএল কাৰ্যালয়ত ৷ কাৰ্যালয়ত উপস্থিত নাথাকে কাৰ্যালয়টোৰ মুখ্য বিষয়া এছডিঅ' শুভম দাস ৷ শক্তি বিভাগৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চলাই আছে কাৰ্যালয়ৰ সকলো কাৰ্য ৷ এছডিঅ'ৰ বাবে অপেক্ষাৰত বহু গ্ৰাহক যদিও কাৰ্যালয়ত উপস্থিত থকা কৰ্মচাৰীজনে নাজানে এছডিঅ' ক'ত ?এই দৰেই চলি আছে একাংশ চৰকাৰী কাৰ্যালয় ।
Intro:Body:SLUG.WORK CULTURE OF THE GOVERNMENT OFFICE ,,,
চৰকাৰী কাৰ্য্যালয়ৰ কৰ্মসংস্কৃতি কি দৰে চলিছে এয়া প্ৰত্যক্ষ কৰিবলৈ আমি গৈছিলোঁ কৰিমগঞ্জ জিলাৰ লোৱাইৰপোৱা এপিডিচিএল কাৰ্যালয়ত।পিছে দৃশ্য বোৰ মন কৰক।বিদ্যুৎ কাৰ্যালয় খনৰ মুখ্য বিষয়া এছডিই শুভম দাসৰ চকীখন খালিই পৰিয়াছে।অবশ্য বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে চলাইয়াছে কাৰ্য্যালয়ৰ সকলো কাম কৰ্ম।তেতিয়া 11,30 দেখানাই কাৰ্য্যালয়ৰ মুখ্য কর্তার।বহু গ্ৰাহক অপেক্ষা কৰিছিল এছডিইৰ কিন্তু চতুৰ্থ শ্ৰেণীৰ এই কৰ্মীয়ে সকলো সমস্যা সমাধান কৰিবলৈ সাজু আছিল পিছে আমি এই চতুৰ্থ শ্ৰেণীৰ কৰ্মীক সুধিলোঁ মুখ্য কাৰ্যকর্তাজন কত তেওঁ ভাল কে নেজানে এছডিই কত,হব পাৰে কৰিমগঞ্জত।এই দৰেই চলিছে একাংশ চৰকাৰী কাৰ্যালয়।আমি বাস্তব দৃশ্য দাঙি ধৰিলো পিছে কি ব্যৱস্থা লোৱা হয় এই সকল কাৰ্যকর্তার বিৰুদ্ধে এয়াই হব লক্ষ্যণীয়।Conclusion: