ETV Bharat / state

কৰিমগঞ্জত বিজেপি কৰ্মীৰ বিজয় মিছিল

author img

By

Published : May 26, 2019, 11:35 PM IST

কৰিমগঞ্জৰ লোকসভা কেন্দ্ৰৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লা জয়ী হোৱাৰ বাবে আনন্দিত হৈ পৰিছে বিজেপি কৰ্মী ৷

কৰিমগঞ্জত বিজেপি কৰ্মীৰ বিজয় মিছিল

কৰিমগঞ্জ,২৬ মে' : 23 বছৰৰ পাছত বৰাকৰ পৰা কংগ্ৰেছক উৎখাত কৰি বিজয় সাব্যস্ত কৰে কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই । তাৰ পিছতেই উৎফুল্লিত হৈ পৰে বৰাকৰ প্ৰতিগৰাকী বিজেপি কৰ্মী আৰু এই বিজয় আনন্দতে বৰাকৰ প্ৰতিখন গাঁৱত উলিওৱা হয় বিজয় মিছিল ৷ ৱদৰপুৰৰ চহৰৰ যুৱ মৰ্চা, মহিলা মৰ্চা,ৱদৰপুৰ মণ্ডল সকলোৱে একেলগে একত্ৰিত হৈ অংশগ্ৰহণ কৰে এই বিজয় মিছিলত ৷

Intro:23 ৱছৰ পাছত কৰিমগঞ্জৰ ৱিজেপি প্ৰাৰ্থী কৃপানাথ জয়ী হোৱাৰ ভাৱে আজি ৱদৰপুৰ শহৰৰ গলি গলি ৱিজয় মিছিল কৰে ৱদৰপুৰৰ ৱিজেপি কৰ্মি সমৰ্থকে।Body:ৱদৰপুৰ: :: কৰিমগঞ্জৰ লোকসভা কেন্দ্ৰৰ ৱিজেপি প্ৰাৰ্থী কৃপানাথ মালাৰ জয়ত আজি ৱদৰপুৰ শহৰত হৈছে হোলী খেল । কিয়নো 23 ৱছৰৰ পাছত ৱৰাকৰ পৰা কংগ্ৰেছক হেৰাই ৱিজেপি দখল কৰিবলৈ সক্ষম হৈছে। সেয়ে ৱৰাকৰ প্ৰতি খন গাও শহৰত চলিয়াছে ৱিজয় মিছিল । আজি ৱদৰপুৰৰ শহৰ যুৱ মুৰ্চা মহিলা মুৰ্চা ৱদৰপুৰ মণ্ডল সকলোৱে একেলগে মিছিল ত অংশগ্ৰহণ কৰে । যদিও সংসদ কৃপানাথ মালা উপস্থিত নাছিল কিন্তু ৱিজেপি ৰাজ্যিক উপসভাপতি ৱিশ্ৱৰুপ ভট্টাচাৰ্য্য আৰু ৰুপন কুমাৰ পাল , আশিস দাস; শান্তু নাগ., ৰাজু ঘোষ প্ৰমুখ ।Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.