কৰিমগঞ্জ, 04 এপ্ৰিল: বিধ্বস্ত পথৰ বাবেই ভোট বৰ্জনৰ সিদ্ধান্ত কৰিমগঞ্জৰ একাংশ ৰাইজৰ ৷ জৰাজীৰ্ণ পথৰ দুৰাৱস্থাৰ বাবেই যমৰ যাতনা ভুগিব লগা হৈছে কৰিমগঞ্জৰ তিনঘড়ী, ছনয়ালা, বাদশা বাৰী,বৰুৱালা এই চাৰিখন গাঁওৰ পাঁচ হেজাৰৰো অধিক লোকে ৷ উক্ত অঞ্চলৰ যাতায়তৰ একমাত্ৰ মাধ্যম পূৰ্ব হৰিনগৰৰ পৰা পূৰ্ব বৰুৱালা পথটো নিৰ্মাণৰ দাবীত একাধিকবাৰ স্থানীয় বিধায়ক তথা বৰ্তমান লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ ওচৰত দাবী জনাইছিল যদিও প্ৰতিবাৰেই প্ৰতিশ্ৰুতি বাদে কায্যকৰি কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ প্ৰতিশ্ৰুতি পালন নকৰি প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গাঁওৰ পুৰুষ-মহিলা, বৃদ্ধাকে ধৰি সকলো ৰাইজে ৷ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত সমূহীয়া ভোট বৰ্জনৰ সিদ্ধান্ত স্থানীয় ৰাইজৰ ৷
ভোট বৰ্জনৰ সিদ্ধান্ত কৰিমগঞ্জৰ একাংশ ৰাইজৰ - ETV BHARAT
যাতায়তৰ একমাত্ৰ মাধ্যম পূৰ্ব হৰিনগৰৰ পৰা পূৰ্ব বৰুৱালা পথটো নিৰ্মাণৰ দাবীত একাধিকবাৰ স্থানীয় বিধায়ক তথা বৰ্তমান লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ ওচৰত দাবী জনাইছিল যদিও প্ৰতিবাৰেই প্ৰতিশ্ৰুতি বাদে কায্যকৰি কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ প্ৰতিশ্ৰুতি পালন নকৰি প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গাঁওৰ পুৰুষ-মহিলা, বৃদ্ধাকে ধৰি সকলো ৰাইজে ৷
কৰিমগঞ্জ, 04 এপ্ৰিল: বিধ্বস্ত পথৰ বাবেই ভোট বৰ্জনৰ সিদ্ধান্ত কৰিমগঞ্জৰ একাংশ ৰাইজৰ ৷ জৰাজীৰ্ণ পথৰ দুৰাৱস্থাৰ বাবেই যমৰ যাতনা ভুগিব লগা হৈছে কৰিমগঞ্জৰ তিনঘড়ী, ছনয়ালা, বাদশা বাৰী,বৰুৱালা এই চাৰিখন গাঁওৰ পাঁচ হেজাৰৰো অধিক লোকে ৷ উক্ত অঞ্চলৰ যাতায়তৰ একমাত্ৰ মাধ্যম পূৰ্ব হৰিনগৰৰ পৰা পূৰ্ব বৰুৱালা পথটো নিৰ্মাণৰ দাবীত একাধিকবাৰ স্থানীয় বিধায়ক তথা বৰ্তমান লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ ওচৰত দাবী জনাইছিল যদিও প্ৰতিবাৰেই প্ৰতিশ্ৰুতি বাদে কায্যকৰি কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ প্ৰতিশ্ৰুতি পালন নকৰি প্ৰতাৰণা কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গাঁওৰ পুৰুষ-মহিলা, বৃদ্ধাকে ধৰি সকলো ৰাইজে ৷ সেয়ে আগন্তুক লোকসভা নিৰ্বাচনত সমূহীয়া ভোট বৰ্জনৰ সিদ্ধান্ত স্থানীয় ৰাইজৰ ৷
Body:বিধ্বস্ত পঠবাটৰ কাৰণে ৰীতিমত যমৰ যাতনা ভুগিব লগা হৈছে কৰিমগঞ্জ জিলাৰ তিনঘড়ী, ছনয়ালা, বাদশা বাৰী,বৰুৱালা এই চাৰিখন গাঁওৰ পাঁচ হেজাৰৰো অধিক লোকৰ যাতায়তৰ একমাত্ৰ মাধ্যম পূৰ্ব হৰিনগৰৰ পৰা পূৰ্ব বৰুৱালা পথটো।পথ নিৰ্মাণৰ দাবী চাৰিখন গাঁওৰ ৰাইজে একাধিকবাৰ স্থানীয় বিধায়ক তথা বৰ্তমান লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ কাষত দাবী জনাইছিল কিন্তু প্ৰতিবাৰেই প্ৰতিশ্ৰুতি অবিহনে একো পোৱা বৃহত্তৰ চাৰিখন গাঁওৰ 5 হেজাৰৰো অধিক ৰাইজে।গত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কৃপানাথ মাল্লাই চাৰিখন গাঁওৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি কৈছিল পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক ভোট দিলে পথটো নিৰ্মাণ কৰি দিব।তেওঁলোক একত্ৰিত হৈ বিজেপি প্ৰাৰ্থীক জিকাই দিয়াৰ পিছতো পথটো নিৰ্মান নকৰি চাৰিখন গাঁওৰ ৰাইজৰ সৈতে ৰীতিমত প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আজি উত্তাল প্ৰতিবাদ স্যাবস্ত কৰে গাঁওৰ পুৰুষ মহিলা বৃদ্ধ ডেকা সকলো।তেওঁলোকে অহা লোকসভা নিৰ্বাচনত ভোট বয়কটৰ সিদ্ধান্ত লয়।পিছে তেওঁলোকে আমাক কয়,,,,,,
Conclusion:এনে বৃহৎ সংখ্যক ভোটাৰে ভোট বয়কট কৰিলে বিজেপি প্ৰাৰ্থী গৰাকীক ভোট বেংকত প্ৰভাৱ পেলাব পাৰে।।
সঞ্জীত কৈৰীৰ সহযোগত কৰিমগঞ্জৰ পৰা বিপিএন চক্ৰৱৰ্তীৰ প্ৰতিবেদন ইটিভি ভাৰত অসম।