ETV Bharat / state

পাথাৰকান্দিত চুৰি বাইকসহ আটক দুই গভাইত চোৰ

author img

By

Published : Feb 28, 2020, 5:27 AM IST

আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতো ৰাজ্যত অব্যাহত আছে গাড়ীচোৰৰ দৌৰাত্ম্য ৷ কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিল গাড়ী আৰু বাইক চোৰৰ এক বৃহৎ চক্ৰ ৷

Two vehicle lifter arrested in Karimganj
পাথাৰকান্দিত চুৰি বাইক সহ আটক দুই গভাইত চোৰ

পাথাৰকান্দি,27 ফেব্ৰুৱাৰীঃ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতো ৰাজ্যত অব্যাহত আছে গাড়ীচোৰৰ দৌৰাত্ম্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি সংঘটিত হৈ থকা গাড়ীচুৰিৰ ঘটনাই স্পষ্ট কৰে এই কথা ৷ বৃহস্পতিবাৰে কৰিমগঞ্জ আৰক্ষীৰ জালত পৰিল গাড়ী আৰু বাইক চোৰৰ এক বৃহৎ চক্ৰ ৷ চক্ৰটোৱে বহুদিন ধৰি বিভিন্ন অঞ্চলৰ পৰা গাড়ী,বাইক আদি চুৰি কৰি পলাই যাবলৈ সক্ষম হৈছিল যদিয়ো এইবাৰ আৰক্ষীৰ জালত পৰে চোৰৰ দলটো ৷

Two vehicle lifter arrested in Karimganj
বাইক উদ্ধাৰ

বুধবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে অভিযান চলাই আটক কৰে পাথাৰকান্দিৰ মহম্মদ খলিল উদ্দিন আৰু নিলাম বজাৰ এলেকাৰ মুন্নাফ ওৰফে ইমৰাণ হুছেইনক ৷ চোৰ দুটাৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে কেইবাখনো চুৰি মটৰ চাইকেল ৷ বৃহস্পতিবাৰে চোৰকেইটাক হাজিৰ কৰোৱা হয় আদালতত ৷

পাথাৰকান্দিত আটক দুই গভাইত চোৰ

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.