ETV Bharat / state

সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত ত্ৰিপুৰাৰ যুৱকৰ স্থান লাভ

author img

By

Published : Oct 17, 2020, 10:45 PM IST

সৰ্বভাৰতীয় পৰ্যায়ত হোৱা NEET ৰ পৰীক্ষাত 137 তম স্থান লাভ কৰি ত্ৰিপুৰালৈ গৌৰৱ কঢ়িয়াই আনিলে আৰণ্যক দেৱনাথে ৷

সৰ্বভাৰতীয় NEET পৰীক্ষাত 137 তম স্থান লাভ ত্ৰিপুৰাৰ যুৱকৰ

কৰিমগঞ্জ, 17 অক্টোবৰ: সৰ্বভাৰতীয় পৰ্যায়ৰ NEET পৰীক্ষাত সফলতা লাভ কৰি ত্ৰিপুৰালৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী প্ৰতিভাশালী যুৱকে ৷ NEET ৰ এই পৰীক্ষাত 137 তম স্থান লাভ কৰি ত্ৰিপুৰালৈ গৌৰৱ কঢ়িয়াই আনিছে আৰণ্যক দেৱনাথ নামৰ যুৱকজনে ৷ দেৱনাথৰ ঘৰ ত্ৰিপুৰা ৰাজ্যৰ ধৰ্মনগৰৰ নোৱাপাৰাত ৷ তেওঁৰ এই সফলতাত ত্ৰিপুৰাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে ৷

লগতে পঢ়ক: বেৰিকেডেৰে মিজোৰ আগ্ৰাসন ৰুধাৰ প্ৰয়াস কৰিমগঞ্জ প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.