ETV Bharat / state

কৰিমগঞ্জৰ কলকলিঘাট ৰেলৱে ষ্টেচনৰ পৰা নিখোজ ত্ৰিপুৰাৰ লোক - GRP

ত্ৰিপুৰাৰ পৰা অহা যাত্ৰীগৰাকীৰ নাম চন্দন ভৌমিক বুলি জানিব পৰা গৈছে ৷ প্ৰায় 40 বছৰীয়া চন্দন ভৌমিকৰ ঘৰ ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুড়া থানাৰ অন্তৰ্গত ব্ৰাহ্মণছড়া গাঁৱত ৷

কৰিমগঞ্জৰ কলকলিঘাট ৰেলৱে ষ্টেচনৰ পৰা নিখোজ ত্ৰিপুৰাৰ লোক
author img

By

Published : May 14, 2019, 6:08 PM IST

কৰিমগঞ্জ, 14 মেঃ কৰিমগঞ্জৰ কলকলিঘাট ৰেলৱে ষ্টেচনৰ পৰা নিখোজ হয় ত্ৰিপুৰাৰ এগৰাকী যাত্ৰী ৷ বিগত 6 মেত শিলচৰ-ধৰ্মনগৰগামী যাত্ৰীবাহী ট্ৰেইনেৰে যাত্ৰা কৰা যাত্ৰীগৰাকী চন্দন ভৌমিক বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জৰ কলকলিঘাট ৰেলৱে ষ্টেচনৰ পৰা নিখোজ ত্ৰিপুৰাৰ লোক

ঘটনা সন্দৰ্ভত চন্দন ভৌমিকৰ পত্নী দগনিতা কলই তেলিয়ামুড়া আৰু কৰিমগঞ্জৰ বাৰইগ্ৰাম জি আৰ পি থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰিছে ৷

Intro:Body:Slug.Tripura Train passenger missing Assam Area.

কৰিমগঞ্জ জিলাৰ কলকলিঘাট ৰেলওয়ে স্টেশনৰ পৰা নিখোঁজ তেলিয়ামুড়াৰ এজন যাত্ৰী ।নিখোঁজ যাত্রীজনৰ নাম চন্দন ভৌমিক।বয়স ৪০ বছৰ ।ঘৰ ত্রিপুৰাৰ খোয়াই জিলাৰ তেলিয়ামুড়া থানাধীন ব্রাহ্মণছড়া গাঁওত ।নিখোঁজ যাত্রীজনৰ পত্নী দগনিতা কলই সোমবাৰ তেলিয়ামুড়া আৰু কৰিমগঞ্জৰ বাৰইগ্রাম জিআৰপি আৰক্ষী থানাত পতি চন্দন ভৌমিক নিখোঁজ সংক্রান্ত এটা গোচৰ ৰুজু কৰিছে। পত্নী দগনিতা কলই সংবাদ মাধ্যমৰ আগত জনায় পতি চন্দন ভৌমিকক লৈ যোৱা ৬ মে শিলচৰৰ - ধর্মনগৰগামী প্যাসেঞ্জার ট্রেনে উঠে। ৰাতি দহ বজাত ট্রেনখন যেতিয়া পাথাৰকান্দিৰ কলকলিঘাট রেল স্টেশন আহি পায়।তেতিয়া আন এখন এখন ট্রেনৰ ক্রসিং আছিলে ।ফলত শিলচৰ ধর্মনগৰগামী যাত্রীবাহী ট্রেনখন বহু সময় থিয় হৈ থাকে কলকলিঘাট রেল স্টেশনত । তেতিয়া স্টেশনখনত নামি পৰে তেওঁৰ পতি চন্দন ভৌমিক। পিছত ট্রেনখন যাবলৈ ধৰিলে নির্ধাৰিত কামৰাত পতি চন্দন ভৌমিকক দেখিবলৈ পোৱা নাই পত্নী দগনিতা কলইয়ে।তেতিয়া তেওভাৱে আন কোনো কামৰাত উঠিব পাৰে । অবশেষত ধর্মনগৰ ৰেল স্টেশনত ট্রেনখন গলে বহু অনেক অপেক্ষা কৰিও পতিক দেখিবলৈ না পাই চিন্তিত হৈ পৰে স্ত্রী দগনিতা কলই ।পিছত থেকে বিভিন্ন স্থান তথা আত্মীয়সকলৰ খবৰ লয় পতিৰ কিন্তু কোন সন্ধান পোৱা নাই । পিছত কোনেও ঠাইত সন্ধান না পাই অবশেষত মঙ্গল বাৰে তেলিয়ামুড়া ও করিমগঞ্জের বারইগ্রাম জিআৰপি থানাত পতি চন্দন ভৌমিক নিখোঁজ সংক্রান্ত পৃথক পৃথক গোচৰ ৰুজু কৰে । উল্লেখ্য- নিখোঁজ চন্দন ভৌমিকৰ আছিল কলাৰঙ ফুলপ্যান্ট ও ফুলচেক শার্ট ।শৰীৰৰ ৰঙ শ্যামলা,উচ্চতা পাঁচ ফুট ৩ ইঞ্চি ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.