ETV Bharat / state

ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰীসহ আটক অসমৰ যুৱক - শিলচৰ আগৰতলা পেচেঞ্জাৰ ট্ৰেইন

ত্ৰিপুৰাত 20 লাখ টকাৰ নিচা জাতীয় ইয়াবা টেবলেটৰ সৈতে আটক অসমৰ এজন যুৱক । যুৱকজন হাইলাকান্দি জিলাৰ লালা বজাৰৰ জাকিৰ উদ্দিন লস্কৰ ৷

tripura police operation against drugs at nadiyapur railway  plate from
ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰী জব্দ : আটক অসমৰ এজন যুৱক
author img

By

Published : Jan 29, 2020, 7:46 PM IST

কৰিমগঞ্জ , 29 জানুৱাৰী : ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰী সৰবৰাহ কৰিবলৈ গৈ আটক হ'ল হাইলাকান্দিৰ এজন যুৱক । ত্ৰিপুৰা আৰক্ষীৰ অভিযানত নদিয়াপুৰ ৰে'ল ষ্টেচনৰ পৰা দহ হেজাৰ ইয়াবা টেবলেটৰ সৈতে আটক হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰী । যুৱকজন হাইলাকান্দি জিলাৰ লালা বজাৰৰ জাকিৰ উদ্দিন লস্কৰ । শিলচৰ আগৰতলা পেচেঞ্জাৰ ট্ৰেইনত ত্ৰিপুৰালৈ গৈছিল যুৱকজন । বিভিন্ন সময়ত বাইক, বিলাসী বাহনৰে নিচা জাতীয় সামগ্ৰী সৰবৰাহ হৈ আছিল ত্ৰিপুৰাত । বৰ্তমানে ড্ৰাগছ সৰবৰাহৰ বাবে দুষ্কৃতিকাৰীয়ে বাছি লৈছে ৰে'লপথ ।

ত্ৰিপুৰাত নিচা জাতীয় সামগ্ৰী জব্দ : আটক অসমৰ এজন যুৱক

আৰু পঢ়ক : কৰিমগঞ্জত এমজিএনৰেগাৰ নামত ব্যাপক দুৰ্নীতি

Intro:Body:SLUG : OPERATION AGAINS DRUGS.

ত্ৰিপুৰাত কুৰি লাখ টকাৰ নিচা জাতীয় ইয়াবা টেবলেটৰ সৈতে আটক অসমৰ যুৱক ।

অসম আৰক্ষীৰ চকুত ধুলি দি ত্ৰিপুৰাত নিচা সামগ্ৰী সৰবৰাহ কৰিবলৈ গৈ শেষ ৰক্ষা নহল হাইলাকান্দিৰ যুৱকৰ । ত্ৰিপুৰা আৰক্ষীৰ অভিযানত নদিয়াপুৰ ৰে'ল ষ্টেচনৰ পৰা দহ হেজাৰ ইয়াবা টেবলেটৰ সৈতে আটক হৈছে জাকিৰ উদ্দিন লস্কৰ নামক এজন ড্ৰাগছ সৰবৰাহকাৰী । ত্ৰিপুৰা আৰক্ষীৰ জালত পৰা জাকিৰ উদ্দিন লস্কৰৰ ঘৰ হাইলাকান্দি জিলাৰ লালা বজাৰত । শিলচৰ আগৰতলা পেচেঞ্জাৰ ট্ৰেইনত ত্ৰিপুৰালৈ গৈছিল যুৱকজন । বিভিন্ন সময়ত  বাইক, বিলাসী বানহৰে নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ হৈ আছিল ত্ৰিপুৰাত । বৰ্তমানে সৰবৰাহকাৰী সকলে ড্ৰাগছ  সৰবৰাহৰ কৰাৰ বাবে বাছি লৈছে  ৰেলপথ । অবশ্যে অসম আৰক্ষীৰ চকুত ধুলি দিলেও ত্ৰিপুৰা আৰক্ষীৰ চকুত ধুলি দিব পৰা নাছিল নিচা জাতীয় সামগ্ৰী ৰ সৰবৰাহকাৰী জাকিৰ উদ্দিন লস্কৰ ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.