ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

top-10-at-3-pm
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Nov 16, 2022, 2:59 PM IST

Devendra Fadnavis blast: মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনত আছিল অমিত শ্বাহৰ ভূমিকা: ফাড়নাভিছ

মহাৰাষ্ট্ৰত নাটকীয় ঘটনাৰে শিৱসেনাৰ উদ্ধৱ থাকৰে চৰকাৰৰ পতন ঘটাৰ আঁৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ ভুমিকা আছিল বুলি বিস্ফোৰণ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ (Deputy CM Devendra Fadnavis blasted on Amit Shah)। বিগত সময়ত ইয়াৰ আঁৰত বিজেপি জড়িত থকা বুলি সৰৱ চৰ্চা হৈছিল যদিও বিজেপিয়ে পোনছাটেই এই অভিযোগ অস্বীকাৰ কৰি অহাৰ সময়তেই এইদৰে বিস্ফোৰণ ঘটালে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ফাড়নাভিছে ।

PM announces ex-gratia: মিজোৰামত দুৰ্ঘটনাগ্ৰস্তলৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

মিজোৰামৰ হানথিয়ালত শিলৰ কুঁৱেৰী খহি 12জনকৈ শ্ৰমিক জীৱন্তে পোত যোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(PM Modi announces ex-gratia) ৷ এই ঘটনাত নিহত আৰু আহত লোকৰ পৰিয়াললৈ আৰ্থিক সাহাৰ্য ঘোষণা প্ৰধানমন্ত্ৰীৰ ৷

Minor Girl Found Dead: ঢেকীয়াজুলিৰ ভকুৱামাৰীত কিশোৰীৰ ৰহস্যজনক মৃত্যু

ঢেকীয়াজুলিৰ ভকুৱামাৰীত শোৱাপাটীত উদ্ধাৰ কিশোৰীৰ মৃতদেহ(Minor Girl Found Dead) ৷ গুৱাহাটীৰ পৰা চিআইডি আৰু ফৰেনচিক দলৰ লগতে ড’গ স্কোৱাড উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Kaliabor youth dies in Andhra pradesh: বহিঃৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি অসমৰ যুৱকৰ মৃত্যু

ৰাজ্যত সঘনাই বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু হোৱাৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে এইবাৰ বহিঃৰাজ্যত কলিয়াবৰৰ এজন যুৱকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে ( Kaliabor youth dies in Andhra pradesh) ৷ কলিয়াবৰৰ জাৱনী গাঁৱৰ চন্দ্ৰ ছেত্ৰী নামৰ লোকজনে কৰ্মসূত্ৰে বাংগালুৰুলৈ যাত্ৰা কৰিছিল (youth dies after falling from moving train abroad)৷

Sexual harassment case : ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি কন্যা শিশু

বৰপেটাত জঘন্য ঘটনা । এগৰাকী বৃদ্ধৰ কামনাৰ বলি হ'ল এটি কন্যা শিশু (60 year old sexually assaults girl child)। মাজদিয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ লম্পট বৃদ্ধ । অভিযুক্ত বৃদ্ধগৰাকী সৰ্থেবাৰী থানাৰ অন্তৰ্গত চেংদি গাঁৱৰ ৬০ বছৰীয়া হুছেইন আলী বুলি জানিব পৰা গৈছে (Old man arrested for sexual assault)। মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল বৰাৰ নেতৃত্বত মাজদিয়া আৰক্ষী চকীৰ এটা দলে অভিযান চলাই যৌন নিৰ্যাতনৰ অভিযুক্ত হুছেইন আলীক গ্ৰেপ্তাৰ কৰে ।

Thieves loot in school: বিদ্যালয়ত খিচিৰ বনাই খালে চোৰে, লুটি নিলে বিভিন্ন সামগ্ৰী

নগাঁও চহৰৰ সমীপৰ বৰাগাওঁ ডেকাপাম প্ৰাথমিক বিদ্যালয়ত চোৰৰ লুটপাত চলিল (Nagaon school robbery incident) । ফেন, পানীৰ মটৰ আদি লুটি নিলে চোৰে । মধ্যাহ্ন ভোজনৰ চাউলেৰে খিচিৰ বনাইও খালে চোৰে ।

Students write with both hands: দুয়োখন হাতেৰে 5 টা ভাষাত লিখিব পৰা শিক্ষাৰ্থীৰে ভৰি থকা এখন বিদ্যালয়

মধ্যপ্ৰদেশৰ এখন বিদ্যালয়ৰ শিশুসকলৰ কলাৰ কথা জানি আপুনিও হ’ব আচৰিত । বিদ্যালয়খনৰ শিশুসকলে দুয়োখন হাতেৰে একেসময়তে 5 টা ভিন্ন ভাষাত লিখিব পাৰে । দুয়োখন হাতেৰে একেলগে লিখাটোৱে মনত ৰখাৰ ক্ষমতা বৃদ্ধি কৰে, মন তীক্ষ্ণ কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে সময় ৰাহি কৰে ।

Man Elephant conflict: বালিজুৰিত বন্যহস্তীৰ তাণ্ডৱ

নগাঁৱত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Wild elephant terror)। বনাঞ্চলৰ পৰা নামি অহা হাতীৰ জাকক ফটকা ফুটাই বাধা দিয়াৰ চেষ্টা কৰিছে কৃষক ৰাইজে । বন বিভাগৰ লোকে কৃষকসকলক সহযোগ নকৰাৰ অভিযোগ ।

Cash for ticket case: ধনৰ বিনিময়ত টিকটৰ গোচৰত AAP ৰ বিধায়কৰ খুলশালী-PA ক গ্ৰেপ্তাৰ

আপৰ বিধায়ক অখিলেশপতি ত্ৰিপাঠীৰ খুলশালী ওম সিং আৰু PA শিৱশংকৰ পাণ্ডেক গ্ৰেপ্তাৰ(Delhi ACB arrest aap mla brother in law) । দিল্লীৰ দুৰ্নীতি বিৰোধী ব্যুৰোয়ে ধনৰ বিনিময়ত টিকটৰ গোচৰ(Cash for ticket case)ত গ্ৰেপ্তাৰ কৰে দুয়োগৰাকীকে । আনহাতে এই গোচৰত জৰিত ৰাজকুমাৰ ৰঘুবংশী নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰে ACB য়ে ।

Youngest Passenger Ever at IGI Airport: বিমানবন্দৰতে সন্তান প্ৰসৱ কৰিলে মহিলাই

নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মঙলবাৰে এগৰাকী যাত্ৰীয়ে বিমানতে এটি সন্তান প্ৰসৱ কৰে (youngest passenger ever at IGI Airport)৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.