ETV Bharat / state

কৰিমগঞ্জত একে নিশাই ছটা পৰিয়ালত চুৰি - পথাৰকান্দি

গাঁওখনৰ পৰা 500 মিটাৰ দূৰত্বতেই কলকলিঘাট আৰক্ষী চকী থকাৰ পিছতো সংঘটিত চুৰি কাণ্ডই ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাকলৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

কৰিমগঞ্জত একে নিশাই ছখন ঘৰত চুৰি
author img

By

Published : Jun 8, 2019, 11:42 AM IST

কৰিমগঞ্জ, ৮জুনঃ কৰিমগঞ্জত একে নিশাই ছটাকৈ পৰিয়ালত চুৰি । লুটি নিলে ধন-সোণসহ মূল্যৱান নথি-পত্ৰ ৷

কৰিমগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত পাথাৰকান্দিৰ ঘুংগবাৰী গাঁৱৰ আকিব উদ্দিন, আবুল কালাম,জফুৰ উদ্দিন,কুবাদ উদ্দিন,ফয়জুৰ ৰহমান আৰু শিবাদুল হকৰ ঘৰত সংঘটিত হয় চুৰিকাণ্ড । চোৰৰ দলটোৱে বহু পৰিমাণে সোণৰ লগতে নগদ ধনসহ দৰকাৰী নথি-পত্ৰ লুটি নিয়ে । গাঁওখনৰ পৰা 500 মিটাৰ দূৰত্বতেই কলকলিঘাট আৰক্ষী চকী থকাৰ পিছতো সংঘটিত চুৰি কাণ্ডই ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাকলৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

কৰিমগঞ্জত একে নিশাই ছখন ঘৰত চুৰি

লগতে আন এটা বাতৰি- কলিয়াবৰ আৰক্ষীৰ জালত চোৰাং চিকাৰী

Intro:Body:Slug.Patharakandi thief's tandab.

নিশা এখন দুখন নহয় ছ খন ঘৰতে চাফাই অভিযান চলালে এটা চুৰৰ গোটে।লুটি ললে সোন,টকা সহ মূল্যবান বিভিন্ন নথিপত্ৰ।আৰক্ষী চৌকীৰ 500 মিটাৰ দূৰত্বত থকা পাথাৰকান্দি থানাধীন ঘুঙ্গবাৰী আৰু জামিৰালা গাঁওত ৰীতিমত আৰক্ষীক চ্যালেঞ্জ জনাই চুৰৰ দলে সংগঠিত কৰে এই চুৰ কাৰ্য।ঘুঙ্গবাৰী গাঁওৰ আঁকিব উদ্দিন, আবুল কালাম,জফুৰ উদ্দিন,কুবাদ উদ্দিন,ফয়জুৰ ৰহমান আৰু শিবাদুল হকৰ সা সামগ্ৰী লুটি লোৱাৰ লগতে জামিৰালা গাঁওৰ খেলেন্দ সিংহৰ ঘৰতে চাফাই অভিযান চলায় চুৰৰ গোটে।বহু পৰিমান সোণৰ লগতে নগদ ধন আৰু জমিৰ নথিপত্ৰ লৈ যায়।ইয়াত উল্লেখযোগ্য যেন ঘুঙ্গাবাৰী গাঁওৰ 500 মিটাৰ দূৰত্বত আছে কলকলিঘাট আৰক্ষী চৌকি।প্ৰশ্ন উঠিছে আৰক্ষীৰ ভূমিকাক লৈও।ৰাইজৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী কিমানদূৰ ৰাইজৰ সুৰক্ষা প্ৰদান কৰিছে এয়াই বৰ্তমান লাখ টকীয়া প্ৰশ্ন।যদি বাস্তৱত নিজৰ কৰ্তব্য পালন কৰিলেহে এনে চুৰ কাৰ্যৰ সংগঠিত নহলেহেঁতেন।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী, ইটিভি ভাৰত ,অসম।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.