ETV Bharat / state

কৰিমগঞ্জত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিক্ষকৰ মৃত্যু

এনকেফেলাইটিছত আক্ৰান্ত হৈ শিক্ষক মনোজ কৈৰীৰ মৃত্যু ৷ কেকড়াগুল চাহ বাগিছাৰ এগৰাকী চাৰি বছৰীয়া শিশুৰো মৃত্যু এনকেফেলাইটিছত

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত শিক্ষকৰ মৃত্যু
author img

By

Published : Jul 1, 2019, 11:07 AM IST

কৰিমগঞ্জ,1 জুলাই : জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ শনিবাৰে কৰিমগঞ্জত এজন শিক্ষকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা শিক্ষকজনৰ নাম মনোজ কৈৰী ৷ মনোজ কৈৰী পশ্চিম পাঠাখাউৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ৷ একেদিনাই কেকড়াগুল চাহ বাগিছাৰ এগৰাকী চাৰি বছৰীয়া শিশুৰ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। ইতিমধ্যে, এলেকাটোত জ্বৰত আক্ৰান্ত হৈছে বহু লোক। কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা এতিয়াও কোনো বিশেষ পদক্ষেপ লোৱা হোৱা নাই বুলি উল্লেখ কৰে স্থানীয় লোকে। কৰিমগঞ্জত শেহতীয়াকৈ এনকেফেলাইটিছত আক্ৰান্ত হৈ কেইবাগৰাকীও লোক মৃত্যু মুখত পৰিছে ৷

etv bharat

Intro:জাপানীজ এনকেফেলাইটিছে টেট শিক্ষকৰ মৃত্যুBody:SLUG : ENKEFELAITIS AATONKO.

কৰিমগঞ্জৰ খাগাইল গাঁওত সাত দিনৰ ভিতৰত তিনিজন যুৱকৰ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ঘঠনা মাৰ নাযাওতে বৰ্তমানে কৰিমগঞ্জৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নিভিয়া চেৰাগী এলেকাত আতংকৰ সৃষ্টি কৰিছে জাপানীজ এনকেফেলাইটিছে । এটা দিনতে এগৰাকী টেট শিক্ষক ৰ লগত মৃত্যু হৈছে এগৰাকী চাৰি বছৰীয়া শিশুৰ । মৃত্যু হোৱা টেট শিক্ষকৰ নাম হৈছে মনোজ কৈৰী (38) । মনোজ কৈৰী পশ্চিম পাঠাখাউৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে ।  আৰু কেকড়াগুল চাহ বাগিছাৰ এগৰাকী চাৰি বছৰীয়া শিশুৰ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে । দোৱোৰে মৃত্যু হৈছে যোৱা শনিবাৰে । ইতিমধ্যে এলেকাৰ ঘৰে ঘৰে জ্বৰত আক্ৰান্ত হৈছে বহু লোক । কিন্তু স্বাস্থ্য বিভাগৰ ফালৰ পৰা এতিয়াও কোনো বিশেষ পদক্ষেপ হাতত লোৱা নহল । 

Conclusion:কিন্তু এতিয়া লৈকে গা লৰা নাই স্বাস্থ্য বিভাগৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.