কৰিমগঞ্জ, 8 চেপ্তেম্বৰঃ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ কুকিতলৰ পুতনি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সুৰেশ শৰ্মাৰ ওপৰত গুৰুত্বৰ অভিযোগ । অভিযোগ অনুসৰি শিক্ষকজনে বিদ্যালয়ত পাঠদানৰ বিপৰীতে সদায় ছাত্ৰী সকলক বেয়া ইংগিত দি আহিছে । বহু ছাত্ৰীৰ লগত শিক্ষকজনে এনে কাণ্ড সংঘটিত কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে । শিক্ষকৰ এনে কাণ্ডৰ কথা অভিভাৱক সকলক ছাত্ৰীসকলে অৱগত কৰাৰ পাচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ অভিভাৱক সকলে বিদ্যালয়ৰ পৰিচালন সমিতিক আৰু স্থানীয় পঞ্চায়ত প্ৰতিনিধিক এই বিষয়ে অৱগত কৰে ৷ ইয়াৰ পিছতেই এখন বিচাৰ সভা অনুষ্ঠিত হয় আৰু শিক্ষকজনক চমজাই দিয়ে হয় বাজাৰিছৰা আৰক্ষীক ৷ আৰক্ষীয়ে বৰ্তমান সোধপোচ অব্যাহত ৰাখিছে ৷
শিক্ষা বৃত্তিক লজ্জিত কৰা এজন শিক্ষক ! - পাথাৰকান্দি
বহু ছাত্ৰীৰ লগত শিক্ষকজনে এনে কাণ্ড সংঘটিত কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে । শিক্ষকৰ এনে কাণ্ডৰ কথা অভিভাৱক সকলক ছাত্ৰীসকলে অৱগত কৰাৰ পাচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷
কৰিমগঞ্জ, 8 চেপ্তেম্বৰঃ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ কুকিতলৰ পুতনি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সুৰেশ শৰ্মাৰ ওপৰত গুৰুত্বৰ অভিযোগ । অভিযোগ অনুসৰি শিক্ষকজনে বিদ্যালয়ত পাঠদানৰ বিপৰীতে সদায় ছাত্ৰী সকলক বেয়া ইংগিত দি আহিছে । বহু ছাত্ৰীৰ লগত শিক্ষকজনে এনে কাণ্ড সংঘটিত কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে । শিক্ষকৰ এনে কাণ্ডৰ কথা অভিভাৱক সকলক ছাত্ৰীসকলে অৱগত কৰাৰ পাচতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ অভিভাৱক সকলে বিদ্যালয়ৰ পৰিচালন সমিতিক আৰু স্থানীয় পঞ্চায়ত প্ৰতিনিধিক এই বিষয়ে অৱগত কৰে ৷ ইয়াৰ পিছতেই এখন বিচাৰ সভা অনুষ্ঠিত হয় আৰু শিক্ষকজনক চমজাই দিয়ে হয় বাজাৰিছৰা আৰক্ষীক ৷ আৰক্ষীয়ে বৰ্তমান সোধপোচ অব্যাহত ৰাখিছে ৷
এইবাৰ শিক্ষক নামৰ পেচাক কলংকিত কৰিলে এগৰাকী লম্পট শিক্ষকে।
ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ কুকিতল।কুকিতল এলেকাৰ পুতনি এমই স্কুলৰ শিক্ষক সুৰেশ শৰ্মা।অভিযোগ অনুসৰি শিক্ষকজনে বিদ্যালয় নামৰ পবিত্ৰ প্ৰতিষ্ঠানৰ ভিতৰতে পাঠদানৰ বিপৰীতে সদায় শ্লীলতাহানিৰ চেষ্টা চলায় ,বেয়া ইংগিত দিয়ে ।এজন দুজন নহয় বহু ছাত্ৰীৰ লগতে এনে কাণ্ড সংগঠিত কৰি আহিছে এইজন লম্পট শিক্ষকে বুলি অভিযোগ।শিক্ষকৰ এনে কাণ্ড অভিবাবক সকলক অৱগত কৰে ছাত্ৰী সকলে।পিছে অভিবাবক সকলে বিদ্যালয় পৰিচালন সমিতিক আৰু স্থানীয় পঞ্চায়ত প্ৰতিনিধিক অৱগত কৰিলে এখন বিচাৰ সভা অনুষ্ঠিত হয় পিছে সকলো মিলি লম্পট শিক্ষকক চমজাই দিয়ে বাজাৰিচৰা আৰক্ষীক।আৰক্ষীয়ে বৰ্তমান শোধপয় চলাই বহু প্ৰমানপাতি পোৱাৰ কথা আমাৰ আগত জনায়।
পাথাৰকান্দিৰ পৰা সঞ্জীত কৈরী ইটিভি ভাৰত অসম।Conclusion: