ETV Bharat / state

সাম্প্ৰদায়িকতাৰে ভোট বেংকৰ ৰাজনীতি কৰে বিজেপিয়েঃ সুস্মিতা দেৱ

author img

By

Published : Feb 3, 2020, 5:51 PM IST

সোমবাৰে কৰিমগঞ্জত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি বিজেপিক কঠোৰ সমালোচনা কৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে ৷ বিজেপিয়ে কেৱল ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িকতাৰে ভোট বেংকৰ ৰাজনীতি কৰি আহিছে মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

সুস্মিতা দেৱ
কৰিমগঞ্জ বিজেপিক কঠোৰ সমালোচনা সাংসদ সুস্মিতা দেৱৰ

কৰিমগঞ্জ, 3 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জত সোমবাৰে জনসভাত অংশগ্ৰহন কৰি নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচি প্ৰসংগত বিজেপিক কঠোৰ সমালোচনা শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ ৷ ধৰ্মৰ ভিত্তিত দেশক বিভাজন কৰাৰ ৰাজনীতি চলি আছে বুলিও জনসভাত মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷ দুবছৰ পূৰ্বে যেতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনা ভাৰতত আহি ৰাজনাথ সিং আৰু বিদেশ মন্ত্ৰীৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল, তেতিয়া শেখ হাচিনাক কথা দিয়া হৈছিল, ভাৰতৰ পৰা এজনকো বাংলাদেশীক উভতাই পঠোৱা ন'হব । কিন্তু বিজেপিয়ে কেৱল ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িকতা আৰু ভোট বেংকৰ ৰাজনীতি চলাই অহা বাবেই নাগৰিকত্ব সংশোধনী আইন ভাৰতত বলৱৎ কৰা বুলি কঠোৰ সমালোচনা কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

কৰিমগঞ্জ বিজেপিক কঠোৰ সমালোচনা সাংসদ সুস্মিতা দেৱৰ

আনহাতে, মোডীভক্তসকলে নাগৰিকত্ব আইনৰ পৰা আঁতৰি দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে এবাৰ ভাবিব লাগে বুলি মন্তব্য কৰে ৷ অসমত চৰকাৰী চাকৰি সন্দৰ্ভত সুস্মিতা দেৱে কয়, অসমত চৰকাৰী চাকৰি আবেদন কৰিব লাগিলে অসমীয়া জনাটো বাধ্যতামূলক বুলি সদৰী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু বৰাকবাসীয়ে অসমীয়া মাধ্যমত নপঢ়াকৈ কেনেকৈ অসমীয়া ভাষাত চাকৰি আবেদন কৰিব তাৰ উত্তৰ বিচাৰিছে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে ৷

আৰু পঢ়কঃ বুঢ়ীদিহিং নদীত অগ্নিকাণ্ড

Intro:Body:SLUG: NRC & CAA ONLY FOR VOTE POLARISATION, SAYS SUSHMITA, KARIMGANJ
শিলচৰৰ প্ৰাক্তন সাংসদ সুষ্মিতা দেবে কৰিমগঞ্জত এক জনসভাত যোগ দি নাগৰিকত্ব আইন আৰু এন.আৰ.ছি. প্ৰসঙ্গত বিজেপিক তুলাধূনা কৰি কয় ..........
*বিজেপিত যিমান ডাঙৰ মাই-কা-লাল আছে, যদি হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শাহ এক মাতৃৰ সন্তান হৈ থাকে তেনেহলে বিধানসভাৰ মজিয়াত থিয় হৈ কউক যি, এন.আৰ.ছি. বাতিল কৰা হৈছে নে নাই । কংগ্রেছী প্ৰাক্তন সাংসদ গৰাকীয়ে কৰিমগঞ্জ আৰু শিলচৰৰ সাংসদ গৰাকীক উদ্দেশ্য কৰি কয় তেঁওলোকৰ যদি সাহস আছে তেনেহলে ৰাজুহুৱা সভাত আহি কওঁক যি, তেঁওলোকে অসমত এন.আৰ.সি. মানি লইছে নে নাই । ইয়াৰোপৰি অমিত শাহ, সৰ্বানন্দ সনোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰাজদীপ ৰয়, কৃপানাথ মাল্লাক চেলেঞ্জ দি কয়, মই এজন আইনজীবি, মই ভালকৈ আইনখন পৰিছো, তেঁওলোকে মোক দেখুৱাক, বৰ্তমানে বলবত্ হোৱা নাগৰিকত্ব আইনখনত কত লিখা আছে যে নাগৰিকত্ব দিয়া হব বুলি । অসম একৰ্ডত যদিও স্পষ্টকৈ লিখা আছে নিঃশৰ্ত নাগৰিকত্ব দিব লাগিব, কিন্তু মোডীৰ আইনত নিঃৰ্শাত নাগৰিকত্ব শব্দটো লিখা নাই । যদি এই শব্দ দেখুৱাব পাৰে তেন্তে এই সভাত ঘোষণা কৰিছোঁ, মই ৰাজনীতি এড়ি দিম ।
*নাগৰিকত্বৰ প্ৰপত্ৰ পুৰন কৰোঁতে সাবধান । কিয়নু বাংলাদেশৰ কাকত কাৰো হাততে নাই । বাংলাদেশৰ পৰা নিৰ্যাতিত হৈ অহা কোনেও পাচপোৰ্ট লৈ অহা নাই । আচলতে ধৰ্মৰ ভিত্তিত দেশক বিভাজন কৰাৰ ৰাজনীতি চলি আছে এয়া । দুবছৰ পূৰ্বে যেতিয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাচিনা ভাৰতৰ আহি তদানিন্তন গৃহমন্ত্ৰী ৰাজনাথ ছিঙ আৰু বিদেশ মন্ত্ৰীৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল, তেতিয়া শেখ হাচিনাক কথা দিয়া হৈছিল, ভাৰতৰ পৰা এজনকো বাংলাদেশত উভতাই পঠোৱা নহব । কেৱল ধৰ্মীয় মেৰুকৰন, সাম্প্ৰদায়ীক, আৰু ভোট বেংকৰ ৰাজনীতি চলাই আছে বিজেপিয়ে । আচলতে বিজেপি চৰকাৰে অৰ্থনৈতিক ব্যবস্থাক ধংস কৰি কোনও উত্তৰ নেথকাৰ বাৱে আজিৰ দিনত নাগৰিকত্ব আইনক লৈ ৰাজনীতি কৰি আছে ।
*কৰিমগঞ্জ আৰু শিলচৰৰ সাংসদক পুনৰ চেলেঞ্জ কৰি কয়, হিমন্ত বিশ্ব শৰ্মায় ৬ষ্ট অনুচ্ছেদ প্ৰবৰ্তন কৰাৰ পাছত যেতিয়া বাঙালিসকলৰ চাকুৰি বন্ধ কৰি দিয়া হব, নিৰাপত্তা নাইকিয়া হব, বাঙালিৰ ভাষা কাঢ়ি লৈ যোৱা হব তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আগত তেঁওলোকৰ মুখ খুলাৰ ক্ষমতা থাকিব নেকি । যি সকলে আজি ভাবি আছে নাগৰিকত্ব পাব বুলি, তেঁওলোকে আচলতে প্ৰপত্ৰত ১৯৭১ চনৰ পাছত বাংলাদেশৰ পৰা অহা বিদেশী বুলি উল্লেখ কৰিব লাগিব । কিন্তু এই নাগৰিকত্ব আইনত কতো নাগৰিকত্ব দিয়াৰ গ্যাৰেন্টি নাই । তেতিয়া সকোলকে পুনপতিয়াকৈ ডিটেনচন কেম্পত যাব লাগিব । ১৯৭১ চনৰ পাছত বাংলাদেশৰ পৰা অহাৰ যোচনা দি বাংলাদেশৰ কোনও কাকত দেখুৱাব নোৱাৰ বাৱেই ডিটেনচন কেম্পত যোৱাটো খাটাং আৰু তেতিয়া সাংসদ সকলক বিচাৰি নেপাব । গতিকে ৰাইজে ভালকৈ পড়ি নাগৰিকত্বৰ প্ৰপত্ৰ পুৰনৰ আহ্বান জনায় ।
*সৰ্বভাৰতীয় কংগ্ৰেছ সভানেত্ৰী গৰাকিয়ে কয়, মোডীভক্ত সকলে নাগৰিকত্ব আইনৰ পৰা আঁতৰি এবাৰ ভাবিব লাগে দেশৰ অৰ্থনৈতিক অবস্থাটো কি । বিজেপিৰ ছবকা ছাথ ছবকা বিকাশৰ শ্লোগানৰ কটাক্ষ কৰি কয়, আজিৰ দিনত যুবক সকলৰ চাকুৰি নাই, কিছুদিন পূৰ্বে বিদেশী ন্যায়ালয়ত ১৬০০ চাকুৰি দিয়া সনোৱাল চৰকাৰে বৰাকত কেৱল ১২ টা দিছে । এয়াই নেকি ছবকা ছাথ ছবকা বিকাশ । যদিবা কোনে চাকুৰিৰ কথা শুধে তেন্তে কব, চুপ থাকিবলৈ কিয়নু আমি হৈছো হিন্দুৰ পাৰ্টি, আমি নাগৰিকত্ব দিছোঁ চাকুৰি নাই । এতিয়া আকৌ হিম্নত বিশ্ব শৰ্মায় কৈ আছে, অসমত চৰকাৰি চাকুৰিত আবেদন কৰিব হলে অসমিয়া ভাষা লাগিব । কিন্তু বৰাকৰ লোকে মাধ্যমিক অসমিয়া নপড়াৰ বাৱে কেনেকৈ চৰকাৰি চাকুৰি পাব । ইয়াৰো প্ৰত্যুত্তৰ দিব নোৱাৰে বৰাকৰ দুই সাংসদে । ইফালে অসম সাহিত্য সভায়ো বৰাক আৰু বড়োলেণ্ডত অসমিয়া ভাষা বাধ্যমুলক কৰাৰ কথাকো সমালোচনা কৰে । নাগৰিকত্ব লৈ পুনৰ কয়, অসমত সকলেই নাগৰিক্তব নেপায়, যি কেইজনে পাব তেঁওলোককো গৰু ছাগলিৰ দৰে ৰখা হব । তেঁওলোকৰ চাকুৰি নেথাকে, ভাষা নেথাকে, নিৰপত্তা নেথাকে, অস্থিত্ব নেথাকে, কেৱল বিজেপিক ভোট দি যাওক । আনকি তেঁওলোকে বিধায়ক, সাংসদ, পঞ্চায়েত সদস্যও হব নোৱাৰে । কেৱলমাছৌ ৫ বছৰৰ মুৰে মুৰে বিজেপিক এবাৰকৈ ভোট দিবলৈ পাৰিব । গতিকে বাঙালিৰ অস্থিত্ব বচাই ৰাখিব হলে হিন্দু মুচলমান সকলো একগোট হোৱাৰ আহ্বান জনায় । পূৰ্বৰ দৰে সকোলয়ে পথত ওলাব লাগিব, ধৰ্মৰ ভিত্তিত দ্বীখণ্ডিত নহোৱাকৈ পথত নেনামিলে বৰাকৰ কোনেও চাকুৰি নেপাব ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.