ETV Bharat / state

যুৱ নেতা শচীন চাহুয়ে দাখিল কৰিলে মনোনয়ন

author img

By

Published : Mar 11, 2021, 5:19 PM IST

বৃহস্পতিবাৰে কংগ্ৰেছৰ মহাজোঁটৰ পাথাৰকান্দি সমষ্টিৰ প্রার্থী শচীন চাহুয়ে মনোনয়ন দাখিল কৰে ৷

যুৱ নেতা সচিন সাহুয়ে দাখিল কৰিলে মনোনয়ন
যুৱ নেতা শচীন চাহুয়ে দাখিল কৰিলে মনোনয়ন

কৰিমগঞ্জ,11 মাৰ্চ: নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকল ৷ বৃহস্পতিবাৰে কৰিমগঞ্জত মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ মহাজোঁটৰ পাথাৰকান্দি সমষ্টিৰ যুৱ প্ৰার্থী শচীন চাহুয়ে ৷

পাথাৰকান্দি সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰার্থী গৰাকীয়ে বৃহস্পতিবাৰে দুপৰীয়া সমর্থকসকলক লগত লৈ জিলা প্ৰশাসকৰ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ৷

লগতে পঢ়কঃ নামছাঙৰ প্ৰচাৰ সভাত নাহৰকটীয়া বিজেপি প্ৰাৰ্থী তৰংগ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.