ETV Bharat / state

অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰোধিতাৰে ছাত্ৰ সমাজৰ প্ৰতিবাদ

ছেপ্তেম্বৰ মাহৰ শেষ ভাগৰ পৰা অফলাইন মাধ্যমেৰে স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ৷ কিন্তু বিশ্বজুৰি কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত কৰাৰ বাবে দাবী জনায় ছাত্ৰ সমাজে ৷

Student community protests against the decision of Assam University authorities
অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰোধিতাৰে ছাত্ৰ সমাজৰ প্ৰতিবাদ
author img

By

Published : Sep 15, 2020, 9:02 AM IST

কৰিমগঞ্জ,15ছেপ্তেম্বৰঃকৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে অসম বিশ্ববিদ্যালয়ৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হ'ল ছাত্ৰ সমাজ ৷ জানিব পৰা মতে, ছেপ্তেম্বৰ মাহৰ শেষ ভাগৰ পৰা অফলাইন মাধ্যমেৰে স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ৷ কিন্তু বিশ্বজুৰি কৰ'ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে স্নাতক পৰ্যায়ৰ পৰীক্ষাসমূহ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত কৰাৰ বাবে দাবী জনায় ছাত্ৰ সমাজে ৷

অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তৰ বিৰোধিতাৰে ছাত্ৰ সমাজৰ প্ৰতিবাদ

যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ৷ উল্লেখযোগ্য যে, প্ৰাপ্ত খবৰ অনুসৰি ইতিমধ্যে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অফলাইনৰ মাধ্যমেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃবঢ়মপুৰত নৱম অসম আৰক্ষী বাহিনীৰ সোণালী জয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.