ETV Bharat / state

ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰিমগঞ্জৰ শ্ৰীগৌৰী বজাৰ

author img

By

Published : Nov 11, 2020, 10:19 AM IST

অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷

ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰিমগঞ্জৰ শ্ৰীগৌৰী বজাৰ
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা কৰিমগঞ্জৰ শ্ৰীগৌৰী বজাৰ

কৰিমগঞ্জ,11 নৱেম্বৰঃ ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পালে কৰিমগঞ্জৰ শ্ৰীগৌৰী বজাৰ এলেকা ৷ মঙলবাৰে শেষ নিশা শ্ৰীগৌৰী বজাৰত সংঘটিত অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ'ল চাৰিখনকৈ দোকান ৷ এই অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ সৌভাগ্যক্ৰমে অগ্নি নিৰ্বাপক বাহিনী সময় মতে উপস্থিত হোৱাৰ বাবে জুইয়ে গ্ৰাস কৰিব নোৱাৰিলে আন ব্যৱসায়িক প্ৰতিষ্ঠান সমূহলৈ ৷

ইফালে এই অগ্নিকাণ্ডত চাৰিখন দোকান জুইত জাহ যোৱাৰ ফলত কেবা লক্ষাধিক টকাৰ সা সামগ্ৰীৰ লোকচান হয় ৷

লগতে চাওকঃ মধ্যপ্ৰদেশৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট মুখ্যমন্ত্ৰী শিৱৰাজ সিংহ চৌহান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.