ETV Bharat / state

ৰাজ্যৰ মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ স্নাতক পৰীক্ষা - অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰীক্ষা বাতৰি

আজিৰ পৰা আৰম্ভ হৈছে অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰীক্ষা ৷ লক্ষণীয়ভাৱে মহাবিদ্যালয় সমূহত অফলাইন পদ্ধতিৰে পৰীক্ষা দিয়া পৰীক্ষাৰ্থীৰ সংখ্যা অধিক পৰিলক্ষিত হৈছে ৷

Semester exams of colleges under Assam University starts from today onwards
আজিৰ পৰা আৰম্ভ হৈছে অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰীক্ষা
author img

By

Published : Sep 29, 2020, 2:03 PM IST

কৰিমগঞ্জ, 29 ছেপ্তেম্বৰঃ মঙলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰীক্ষা ৷ অনলাইন আৰু অফলাইন উভয় পদ্ধতিৰে আৰম্ভ হৈছে পৰীক্ষা ৷ প্ৰাৰম্ভিক অৱস্থাত কেৱল অনলাইন পদ্ধতিৰেহে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ কিন্তু ছাত্ৰ-ছাত্ৰীসকলে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ পিচতে উভয় পদ্ধতিৰে পৰীক্ষা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷

Semester exams of colleges under Assam University starts from today onwards
আৰম্ভ হৈছে অসম বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ পৰীক্ষা

সমান্তৰালকৈ, কৰিমগঞ্জৰ নিলামবজাৰ মহাবিদ্যালয়তো সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা হৈছে পৰীক্ষা ৷ কিন্তু লক্ষণীয়ভাৱে মহাবিদ্যালয় সমূহত অফলাইন পদ্ধতিৰে পৰীক্ষা দিয়া পৰীক্ষাৰ্থীৰ সংখ্যা অধিক দেখা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক-২০ অক্টোবৰৰ ভিতৰত নতুন চুক্তিপত্ৰত স্বাক্ষৰ কৰিব লাগিব টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.