কৰিমগঞ্জ, 2 আগষ্টঃ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰণ ৰাইজৰ কাৰণে আতংকৰ আন এক নাম। যোৱা ২৪ জুলাই কৰিমগঞ্জৰ ভাঙ্গাত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিজনকৈ লোকে ৷ এই পৰ্যন্ত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৫ জনলৈ । আজি শিলঙ নিগ্ৰীমিছ হাস্পতালত প্ৰাণ হেৰুৱালে কনকলছ গাঁওৰ তাহেৰা বেগম নামৰ এগৰাকী মহিলাই। মৃতদেহ নিজগৃহ লৈ অহাৰ পিছত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অৱৰোধ কৰে অসম আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ। দুঘণ্টা পথ অৱৰোধৰ পিছত মুকলি কৰি দিয়া হয় ঘাইপথটো । তেওঁলোকে চৰকাৰৰ ওচৰত দোষীক শাস্তি প্ৰদানৰ লগতে প্ৰতিটো পৰিয়াললৈ 10 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াবলৈ দাবী জনাইছে । উল্লেখযোগ্য যে যোৱা 24 তাৰিখে ভাঙ্গাত দুখনকৈ ট্ৰেভেলাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰুএই ঘটনাত 5 জন লোকৰ মৃত্যু হয়।
কৰিমগঞ্জৰ ভাঙ্গা অসম আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - 6th national highway
যোৱা ২৪ জুলাই কৰিমগঞ্জৰ ভাঙ্গাত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিজন কৈ লোকে ৷ এই পৰ্যন্ত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৫জনলৈ ৷ স্থানীয় ৰাইজে অৱৰোধ কৰে অসম আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ ।
কৰিমগঞ্জ, 2 আগষ্টঃ 6 নং ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰণ ৰাইজৰ কাৰণে আতংকৰ আন এক নাম। যোৱা ২৪ জুলাই কৰিমগঞ্জৰ ভাঙ্গাত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিজনকৈ লোকে ৷ এই পৰ্যন্ত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৫ জনলৈ । আজি শিলঙ নিগ্ৰীমিছ হাস্পতালত প্ৰাণ হেৰুৱালে কনকলছ গাঁওৰ তাহেৰা বেগম নামৰ এগৰাকী মহিলাই। মৃতদেহ নিজগৃহ লৈ অহাৰ পিছত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে অৱৰোধ কৰে অসম আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ। দুঘণ্টা পথ অৱৰোধৰ পিছত মুকলি কৰি দিয়া হয় ঘাইপথটো । তেওঁলোকে চৰকাৰৰ ওচৰত দোষীক শাস্তি প্ৰদানৰ লগতে প্ৰতিটো পৰিয়াললৈ 10 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াবলৈ দাবী জনাইছে । উল্লেখযোগ্য যে যোৱা 24 তাৰিখে ভাঙ্গাত দুখনকৈ ট্ৰেভেলাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰুএই ঘটনাত 5 জন লোকৰ মৃত্যু হয়।
6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰণ ৰাইজৰ কাৰণে আতংকৰ আন এক নাম।যোৱা ২৪ জুলাই কৰিমগঞ্জৰ ভাঙ্গাত এক ভয়াবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিজন কৈ লোক পিছে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে হৈছে ৫ জন লৈ।আজি শিলঙ নিগ্ৰীমিছ হাস্পাতালত প্ৰাণ হেৰুৱালে কনকলছ গাঁওৰ তাহেৰা বেগম নামৰ এগৰাকী মহিলাই।মৃতদেহ নিজগৃহ লৈ অহাৰ পিছৰ এক উত্তেজনাকৰ পৰিস্থিতিৰ সৃষ্টি হয়।স্থানীয় ৰাইজে অৱৰোধ কৰে অসম আগৰতলা ৰাষ্ট্ৰীয় ঘাইপথ। দুঘণ্টা অৱৰোধৰ পিছত মুকলি কৰি দিয়া হয় । তেওঁলোকে চৰকাৰৰ কাষত দাবীজনায় দোষীক শাস্তি দিয়াৰ লগতে প্ৰতিখন পৰিয়াললৈ 10 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াবলৈ।উল্লেখযোগ্য যে যোৱা 24 তাৰিখ ভাঙ্গাত প্ৰতিযোগিতা কৰিবলৈ গৈ দুখন কৈ ট্ৰেভেলাৰ দুৰ্ঘটনাগ্ৰস্থ হয় আৰু ঘটনাস্থলীত তিনিজনকৈ লোকৰ আৰু পিছে আৰু দুজনকৈ লোকৰ মৃত্যু হয়।
বদৰপুৰৰ পৰা স্বপ্নজিত নাথ
ইটিভি ভাৰত অসম।Conclusion:ৰাইজৰ প্ৰতিবাদ কিমান খিনি কামত আহিব সিটু হৱ লক্ষ্যণীয় ।