ETV Bharat / state

Road accident in Karimganj: ট্ৰাক আৰু অট’ ৰিক্সাৰ মুখামুখি সংঘৰ্ষ, এজনৰ মৃত্যু - এজনৰ মৃত্যু

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident in Karimganj)৷ ট্ৰাক আৰু অট’ ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এজনৰ মৃত্যু হয় (One dead in Road accident)৷

Road accident in Karimganj, one dead
ট্ৰাক আৰু অট’ ৰিক্সাৰ মুখামুখি সংঘৰ্ষ
author img

By

Published : Jul 28, 2022, 12:47 PM IST

কৰিমগঞ্জ, 28 জুলাই: কৰিমগঞ্জত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Karimganj) ৷ বৃহস্পতিবাৰে পুৱতি নিশা অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাজেন্দ্ৰ নগৰত ট্ৰাক আৰু অট’ ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷

এই দুৰ্ঘটনাত ট্ৰাকখন পথৰ দাঁতিত বাগৰি পৰাৰ লগতে অট' ৰিক্সাখনো দ খাৱৈত বাগৰি পৰে ৷ পথ দুৰ্ঘটনাটোত অট'ৰিক্সাৰ চালকজনে থিতাতে মৃত্যুক আকোৱালি লয় (One dead in Road accident) ৷

ট্ৰাক আৰু অট’ ৰিক্সাৰ মুখামুখি সংঘৰ্ষ

লগে লগে ঘটনাস্থলীত এছ ডি আৰ এফৰ (SDRF) বাহিনীৰ লোক উপস্থিত হৈ মৃত চালকজনক বিচাৰি উদ্ধাৰ অভিযান চলায় ৷ মৃত্যু হোৱা চালকৰ নাম নিয়াজ উদ্দিন বুলি চিনাক্ত কৰা হৈছে ৷

উদ্ধাৰকাৰী দলে অট' ৰিক্সাখনৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে চালকজনক ৷ AS 10 AC 6897 নম্বৰৰ অট’ ৰিক্সা আৰু AP 37 TB 4599 নম্বৰৰ ট্ৰাকখনৰ মাজত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনাটো ৷

লগতে পঢ়ক: Slow Loris Rescued: চন্দ্ৰপুৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.