ETV Bharat / state

বদৰপুৰত পথ দুৰ্ঘটনা - ETV BHARAT

শনিবাৰে বদৰপুৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷

বদৰপুৰত পথ দুৰ্ঘটনা
author img

By

Published : Aug 11, 2019, 4:06 AM IST

বদৰপুৰ,11 আগষ্ট: অবৈধ ভাৱে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক পাৰ্কিঙৰ বাবে শ্ৰীগৌৰিত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধ ভাৱে ট্ৰাকৰ লগতে যান বাহনসমূহ পাৰ্কিঙৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷

বদৰপুৰত পথ দুৰ্ঘটনা

শনিবাৰে নিশা এঘাৰ বজাত শিলচৰৰ পৰা অহা এখন যাত্ৰীবাহী ভেন কৰিমগঞ্জৰ দিশে যোৱাৰ সময়ত শ্ৰীগৌৰি এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা সজোৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ইয়াৰ ফলত ভেন খনত থকা তিনি জন যাত্ৰীসহ চালকৰ অৱস্থা সংকটজনক হয়। স্থানীয় ৰাইজৰ তৎপৰতাত যাত্ৰী সকলক উদ্ধাৰ কৰি শ্ৰীগৌৰি হাস্পতাললৈ প্ৰেৰণ কৰে ৷

Intro:অবৈধ ভাৱে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক পাৰ্কিংৰ ভাৱে এতিয়া শ্ৰীগৌৰি ত ভয়ঙ্কৰ সড়ক দুৰ্ঘটনা সংঘটিত হৈছে ।Body:ৱদৰপুৰ: - ছয় নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অবৈধ ভাৱে ট্ৰাক পাৰ্কিংৰ ভাৱে এতিয়া ৰাতি এগাৰো ৱজাত ৱদৰপুৰ শ্ৰীগৌৰি এলাকাত ভয়ংকৰ সড়ক দুৰ্ঘটনা সংঘটিত হৈছে । উল্লেখ্য শিলচৰৰ পৰা এখন যাত্ৰী বাহী ভেন গাড়ী কৰিমগঞ্জৰ যোৱাৰ সময়ত শ্ৰীগৌৰি এলাকাত ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ দাঁতিত অবৈধ ভাৱে এখন ট্ৰাক ৰকাই থোয়া আছিল আৰু এই ট্ৰাকৰ পিছত সজোৰে খোন্দা মাৰে ভেন গাড়ীৰ ব্যাপক ক্ষতি সাধন হৈছে আৰু তিনি জন যাত্ৰী সহ চালকৰ অবস্থা আশঙ্কাজনক । স্হানীয় ৰাইজ আৰু ৱদৰপুৰ এজন সাংবাদিকৰ তৎপৰতাত যাত্ৰী সকলক শ্ৰীগৌৰি হাসপাতালত পঠিয়ালে। Conclusion:ৱদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্টে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.