ETV Bharat / state

কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ - etv bharat

কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ ৷ দুশ টকাৰ বিনিময়ত ৰোগীক চিকিৎসা সেৱা আগবঢ়ায় চিকিৎসকে ৷ ইটিভি ভাৰতৰ কেমেৰাত বন্দী সকলো দৃশ্য ৷

কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ ব্যক্তিগত চেম্বাৰ
author img

By

Published : Aug 3, 2019, 12:19 PM IST

কৰিমগঞ্জ, 3 আগষ্টঃ কৰিমগঞ্জৰ কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত একো একোটা ব্যক্তিগত চেম্বাৰত দুশ টকাৰ বিনিময়ত ৰোগীক চিকিৎসা সেৱা আগবঢ়ায় চিকিৎসকে৷ স্বাস্থ্য বিভাগৰ নিৰ্দেশনাক কেৰেপ নকৰাকৈ কালিগঞ্জ প্ৰাথমিক চিকিৎসালয়ত এনেদৰে টকাৰ বিনিময়ত চিকিৎসকে চলাই গৈছে ব্যক্তিগত চেম্বাৰ । OPD চলি থকা অবস্থাত চিকিৎসকৰ বেআইনী কামৰ সকলো দৃশ্য বন্দী হয় ইটিভি ভাৰতৰ গোপন কেমেৰাত৷ ডাঃ এম ইউ আহমেদৰ চেম্বাৰত দুশ টকাৰ বিনিময়ত চিকিৎসা প্ৰদান কৰা হয় ৰোগীক৷ আনহাতে হস্পিটালৰ ইনচাৰ্জেও হস্পিটাল চৌহদত প্ৰতিজন চিকিৎসকে ব্যক্তিগত চেম্বাৰ চলোৱাৰ কথা স্বীকাৰ কৰিছে৷ গতিকে চিকিৎসকৰ এনে অনৈতিক কামৰ ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই গ্ৰহন কৰা ব্যবস্থা হ'ব লক্ষ্যণীয়৷

Intro:Body:SLUG : PRIVATE CHAMBER AT HOSPITAL.

কৰিমগঞ্জৰ কালিগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত প্ৰতিজন চিকিত্সকৰ আছে একো একোটা  ব্যক্তিগত চেম্বাৰ । যত দুশ টকাৰ বিনিময়ত ৰোগীক চিকিত্সা সেৱা আগবঢ়াই একো একোজন চিকিতসকে । OPD চলি থকা অবস্থাত ইটিভি ভাৰতৰ গোপন কেমেৰাত বন্দী হল চিকিতসকৰ বেআইনী কামৰ সকলো দৃশ্য । স্বাস্থ্য বিভাগৰ নিৰ্দেশনাক কেৰেপ নকৰাকৈ কালিগঞ্জ প্ৰাথমিক চিকিত্সালয়ত এনেদৰে টকাৰ বিনিময়ত চিকিতসকে চলাই গৈছে ব্যক্তিগত চেম্বাৰ । ডাঃ এম ইউ আহমেদৰ চেম্বাৰত দুশ টকাত ৰোগীক চিকিত্সা কৰাৰ দৃশ্য বন্দী হৈছে আমাৰ গোপন কেমেৰাত .........

আনহাতে হস্পিটালৰ ইনচাৰ্জেও স্বীকাৰ কৰিছে যে হস্পিটাল চৌহদত প্ৰতিজন চিকিতসকে চলাই ব্যক্তিগত চেম্বাৰ । 

গতিকে এটেনচন ! স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া । এয়াই নেকি আপোনাৰ বিভাগৰ উন্নয়নৰ নমুনা ? চৰকাৰী চিকিত্সালয়ত আপোনাৰ চিকিতসক সকলৰ এনে অনৈতিক কামৰ বিৰুদ্ধে এতিয়া আপুনি কি ব্যবস্থা গ্ৰহন কৰে এয়াই হব লক্ষ্যনীয় বিষয় ।

Date : 03.08.19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.