ETV Bharat / state

বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ বাবে পূজা-অৰ্চনা ৰাইজৰ

author img

By

Published : Mar 30, 2021, 10:41 PM IST

সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীৰ ব্যস্ততাৰ অন্ত পেলাই 1 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ইয়াৰ মাজতে মঙলবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ বিলবাড়ী গাঁৱত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য ৷ প্ৰাৰ্থীৰ মনৰ কামনা পূৰণৰ কামনা কৰি ৰাইজে কৰিলে পূজা-অৰ্চনা ৷

বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ বাবে পূজা-অৰ্চনা ৰাইজৰ
বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ বাবে পূজা-অৰ্চনা ৰাইজৰ

কৰিমগঞ্জ, 30মাৰ্চ: আজি অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ ৷ সমষ্টিয়ে সমষ্টিয়ে প্ৰাৰ্থীৰ ব্যস্ততাৰ অন্ত পেলাই 1 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ ইয়াৰ মাজতে মঙলবাৰে কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ বিলবাড়ী গাঁৱত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য ৷ প্ৰাৰ্থীৰ মনৰ কামনা পূৰণৰ কামনা কৰি ৰাইজে কৰিলে পূজা-অৰ্চনা ৷

বিধানসভা নিৰ্বাচনত পাথাৰকান্দি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালে নিৰ্বাচনত যাতে জয়ী হয় তাৰ বাবে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বিলবাড়ী গাঁৱৰ শিব মন্দিৰত পূজা অর্চনা কৰিলে বিলবাড়ী গাঁৱৰ ৰাইজে ৷ লগতে পাথাৰকান্দি সমষ্টিৰ সকলো ৰাইজৰ সুস্বাস্থ্য কামনা কৰিলে অঞ্চলবাসী ৰাইজে ৷

লগতে পঢ়ক: মন্ত্ৰী হিমন্তক নিৰ্বাচন খেলাৰ ক্ষেত্রত অযোগ্য ঘোষণাৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.