ETV Bharat / state

প্ৰধানমন্ত্ৰী গ্ৰামীণ পথ যোজনা আঁচনিত ব্যাপক বিসংগতি!!

ঈৰালীগুলৰ পৰা দক্ষিণ বান্দৰকোনা পথ নিৰ্মাণৰ নামত ঠিকাদাৰ আছাদ উদ্দিন খানে দুৰ্নীতি চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ

author img

By

Published : May 6, 2019, 12:48 PM IST

প্ৰধানমন্ত্ৰী গ্ৰামীণ পথ যোজনা আঁচনিত ব্যাপক বিসংগতি

কৰিমগঞ্জ, 6 মে': কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰামীণ পথ যোজনাৰ পথ নিৰ্মাণত ব্যাপক বিসংগতি । ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ । ঈৰালীগুলৰ পৰা দক্ষিণ বান্দৰকোনা পথ নিৰ্মাণৰ নামত ঠিকাদাৰ আছাদ উদ্দিন খানে দুৰ্নীতি চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । দুই কোটি আঠত্ৰিশ লাখ টকা ব্যয়ৰ এই পথটোৰ কালভাৰ্ট নিৰ্মাণৰ কাম চলি থাকোতে খহি পৰিছে । যাৰ ফলত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷

Intro:কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰামীন পকী পথ যোজনাৰ পথ নিৰ্মানত ব্যাপক বিসংগতিBody:SLUG : PMGY WORK CORRUPTION.

কৰিমগঞ্জত প্ৰধানমন্ত্ৰী গ্ৰামীন পকী পথ যোজনাৰ পথ নিৰ্মানত ব্যাপক বিসংগতি । নিয়ম বহিৰ্ভূতভাৱে নিম্নমানৰ কামৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে । ঈৰালীগুল পৰা দক্ষিণ বান্দৰকোনা পথ নিৰ্মাণৰ নামত ঠিকাদাৰ আছাদ উদ্দিন খানে চলাইছে এই দুৰ্নীতি । যাৰ ফলত ক্ষোভীত হৈ পৰিছে এলেকাৰ ৰাইজ । দুই কৌটি আটত্ৰিশ লাখ টকা ব্যয়ৰ এই পথটোৰ কালভাৰ্ট নিৰ্মাণৰ কাম চলি থাকোতে খহি পৰিছে । ৰদৰ সলনি বাহ ব্যবহাৰ কৰা হৈছে । ব্যবহাৰ কৰা চলিছে নিম্নমানৰ শিলগুটি । কোনো নিতী নিয়ম নামানি নিজ ইচ্ছামতে চলিছে পথ নিৰ্মাণৰ কাম । মোট কথাত কোনোমতে পথ নিৰ্মাণ কৰি লাখ লাখ টকা নিজৰ জেপত ভৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে । যাৰ ফলত এতিয়া ঠিকাদাৰৰ বিৰুদ্ধে সৰব হৈছে এলেকাৰ লোক ।

Conclusion:পথ নিৰ্মান কাৰ্যত দুৰ্নীতিৰ তদন্তৰ দাবী জনাইছে ৰাইজে।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.