ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে মন্দিৰত পূজা-অৰ্চনা বিপ্লৱ কুমাৰ দেৱৰ

author img

By

Published : Sep 17, 2020, 3:25 PM IST

ত্ৰিপুৰাত বিশ্বকৰ্মা পূজা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ পূজা অৰ্চনা ৷ দেশবাসীৰ মংগল কামনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

PM BIRTHDAY CELEBRATION AT TRIPURA
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে মন্দিৰত পূজা-অৰ্চনা বিপ্লৱ কুমাৰ দেৱৰ

কৰিমগঞ্জ, 17 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীৰ সুস্থ আৰু দীৰ্ঘায়ু কামনা কৰি বৃহস্পতিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে গৌমতী জিলাৰ মাতাবাড়ি মন্দিৰত পূজা অৰ্চনা কৰে ৷

ৰাতিপুৱাতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ লগতে দেশবাসীৰ মংগল কামনা কৰি বিশ্ববাসী কৰ'ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে প্ৰাৰ্থনা আগবঢ়াই ৷ উল্লেখ্য যে,ত্ৰিপুৰাতো আধ্যাত্মিকভাৱে অনুষ্টুপীয়াকৈ পালন কৰা হয় বিশ্বকৰ্মা পূজা ৷

লগতে পঢ়ক : কৰিমগঞ্জত আৰক্ষীৰ অভিযানত আটক 3 জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.