পাথাৰকান্দি, 14 আগষ্টঃ টিকেন্দ্ৰজীৎৰ মৃত্যু দিৱস উপলক্ষে পাথাৰকান্দিত শান্তি সমদল ৷ বাজাৰিচৰাৰ কালাচৰাত বীৰ টিকেন্দ্ৰজীৎ ক্লাবৰ উদ্যেগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ বহু জনপ্ৰতিনিধি, বিভিন্ন সামাজিক সংগঠনৰ লগতে মিতহৈ মণিপুৰী সম্প্ৰদায়ৰ লোকসকল ৷ এদিনীয়া এই অনুষ্ঠানত মিতহৈ মুণিপুৰী সম্প্ৰদায়ৰ লোকসকলে টিকেন্দ্ৰজীৎৰ মৃত্যু দিৱসত চৰকাৰী স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰে স্থানীয় লোকে ৷ টিকেন্দ্ৰজীৎৰ জীৱনৰ ওপৰত এখন নাটক আৰু মণিপুৰী নৃত্য, গানৰ অনুষ্ঠানত অনুষ্ঠিত কৰাৰ লগতে এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় ৷
পাথাৰকান্দিত শান্তি সমদল
পাথাৰকান্দিৰ বাজাৰিচৰা অঞ্চলত মঙলবাৰে পালন কৰা হয় বীৰ টিকেন্দ্ৰজীৎৰ মৃত্যু দিৱস ৷
পাথাৰকান্দি, 14 আগষ্টঃ টিকেন্দ্ৰজীৎৰ মৃত্যু দিৱস উপলক্ষে পাথাৰকান্দিত শান্তি সমদল ৷ বাজাৰিচৰাৰ কালাচৰাত বীৰ টিকেন্দ্ৰজীৎ ক্লাবৰ উদ্যেগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ বহু জনপ্ৰতিনিধি, বিভিন্ন সামাজিক সংগঠনৰ লগতে মিতহৈ মণিপুৰী সম্প্ৰদায়ৰ লোকসকল ৷ এদিনীয়া এই অনুষ্ঠানত মিতহৈ মুণিপুৰী সম্প্ৰদায়ৰ লোকসকলে টিকেন্দ্ৰজীৎৰ মৃত্যু দিৱসত চৰকাৰী স্বীকৃতি দিয়াৰ দাবী উত্থাপন কৰে স্থানীয় লোকে ৷ টিকেন্দ্ৰজীৎৰ জীৱনৰ ওপৰত এখন নাটক আৰু মণিপুৰী নৃত্য, গানৰ অনুষ্ঠানত অনুষ্ঠিত কৰাৰ লগতে এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় ৷
SLUG---PEACE RALLY PATHERKANDI
পাথাৰকান্দিৰ বাজাৰিচৰা অঞ্চলত বীৰ টিকেন্দ্ৰজীৎৰ মৃত্যু দিবস পালিত৷ বাজাৰিচৰাৰ কালাচৰাত বীৰ টিকেন্দ্ৰজীৎ ক্লাবৰ আয়োজিত অনুষ্ঠানত উপস্থিত থাকে অঞ্চলটোৰ জনপ্ৰতিনিধি, বিভিন্ন সামাজিক সংগঠনৰ লগতে মিতহৈ মণিপুৰী সম্প্ৰদায়ৰ লোকসকল৷এদিন অনুষ্ঠানত উপস্থিত মিতহৈ মুনিপুৰী সম্প্ৰদায়ৰ লোকসকলে টিকেন্দ্ৰজীৎৰ মত বীৰ ব্যক্তিৰ মৃত্যু দিবসত সৰকাৰী স্বীকৃতি দিযাৰ দাবী জনায় ৷ অনুষ্ঠানৰ আৰম্ভবণিত টিকেন্দ্ৰজীৎৰ জীৱনৰ উপৰত এখন নাটক আৰু মনিপুৰি নৃত্য ,গান চলে৷তাৰ পূৰ্বে এক বিশাল শোভাযাত্ৰা বাজাৰিচৰা ,কালাচৰা অঞ্চল পৰিদৰ্শন কৰে।
পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসম।Conclusion: