ETV Bharat / state

পাথাৰকান্দি মহাবিদ্যালয়ত বিজ্ঞান শাখা অন্তভূৰ্ক্ত কৰাৰ অনুমতি শিক্ষা বিভাগৰ - পাখাৰকান্দিৰ বিধায়ক

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি মহাবিদ্য়ালয়ত অন্তভূৰ্ক্ত হ'ব বিজ্ঞান শাখা ৷ ৰাজ্যৰ 16 খন মহাবিদ্যালয়ৰ লগতে পাথাৰকান্দি মহাবিদ্যালয়তো বিজ্ঞান শাখা অন্তভূৰ্ক্ত কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে শিক্ষা বিভাগে ৷ আনহাতে, শেহতীয়া নিৰ্দেশনাত বিজ্ঞান শাখা অন্তভূৰ্ক্ত হোৱা পাথাৰকান্দি মহাবিদ্যালয়খনে বৰাক উপত্যকাৰ প্ৰথমখন মহাবিদ্যালয় ৷

PATHARKANDI COLLEGE SCIENCE STREAM OPEN
পাথাৰকান্দি মহাবিদ্যালয়ত বিজ্ঞান শাখা অন্তভূৰ্ক্ত কৰাৰ অনুমতি শিক্ষা বিভাগৰ
author img

By

Published : Aug 4, 2020, 4:40 PM IST

কৰিমগঞ্জ, 4 আগষ্ট : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্য়াহত থকাৰ মাজতে কৰিমগঞ্জ বাসীৰ বাবে সুখবৰ ৷ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি মহাবিদ্য়ালয়ত অন্তভূৰ্ক্ত হ'ব বিজ্ঞান শাখা ৷ ৰাজ্যৰ 16 খন মহাবিদ্যালয়ৰ লগতে পাথাৰকান্দি মহাবিদ্যালয়তো বিজ্ঞান শাখা অন্তভূৰ্ক্ত কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে শিক্ষা বিভাগে ৷ আনহাতে, শেহতীয়া নিৰ্দেশনাত বিজ্ঞান শাখা অন্তভূৰ্ক্ত হোৱা পাথাৰকান্দি মহাবিদ্যালয়খনে বৰাক উপত্যকাৰ প্ৰথমখন মহাবিদ্যালয় ৷

পাথাৰকান্দি মহাবিদ্যালয়ত বিজ্ঞান শাখা অন্তভূৰ্ক্ত কৰাৰ অনুমতি শিক্ষা বিভাগৰ

মঙলবাৰে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই এখন সংবাদমেলৰ আয়োজন কৰি এই কথা অবগত কৰিলে ৷ লগতে, বিজ্ঞান শাখা অন্তভূৰ্ক্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী তথা পাখাৰকান্দিৰ বিধায়কক ধন্যবাদ জ্ঞাপন কৰিলে ৷

উল্লেখ্য যে, মহাবিদ্যালয়খনত কেৱল 4 গৰাকী শিক্ষকৰ চাকৰি প্ৰাদেশীকৰণ হৈছে ৷ কিন্তু মহাবিদ্যালয়খনৰ এই সফলতাত তেওঁলোক সকলো সুখী বুলিও সংবাদমেলত উল্লেখ কৰিলে ৷

লগতে পঢ়ক : বানাক্ৰান্তক দুৰ্ব্যৱহাৰ বিধায়ক বলিন চেতিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.