- বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন চালকৰ
- কৰিমগঞ্জৰ সুতাৰকান্দিত সংঘটিত হৈছে এই শোকাৱহ ঘটনা
- নিহত লোকজনৰ পোৱামাৰা অঞ্চলৰ আব্দুল হান্নান
- হান্নানে চলাইছিল লাইমষ্টন কঢ়িওৱা এখন ট্ৰিপাৰ বাহন
- শুকুৰবাৰে গাড়ীত শিলভৰ্তি কৰাৰ পিছত বাহনখন বিদ্যুৎ পৰিবাহী তাঁৰত লাগে
- ইয়াকে চাবলৈ গৈ নিজেই বিদ্যুৎ পৰিবাহী তাৰৰ সংস্পৰ্শলৈ আহি নিহত হ’ল হান্নান নামৰ চালকজন
- চালকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ