কৰিমগঞ্জ,22 জুন : কৰিমগঞ্জ চহৰত আটক এগৰাকী বাংলাদেশী নাগৰিক ৷ কৰিমগঞ্জ চহৰত অটোত ঘূৰি থকা লোকজনে বাংলাদেশী টাকা দিয়াত ৰাইজে লোকজনক হাতে লোটে আটক কৰি গতাই দিয়ে আৰক্ষীক ৷
বাংলাদেশী নাগৰিক আটক