ETV Bharat / state

কৰিমগঞ্জত ৰহস্যজনক মৃত্যু আচামীৰ - লকআপ

লকআপৰ শৌচালয়ত নিজৰ গেঞ্জীৰে চিপ লৈ আত্মহত্যা আচামীৰ ৷ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা ৷

কৰিমগঞ্জত ৰহস্যজনক মৃত্যু আচামীৰ
author img

By

Published : Aug 13, 2019, 11:23 PM IST

  • কৰিমগঞ্জ সদৰ থানাৰ লকআপৰ ভিতৰত আত্মহত্যা আচামীৰ
  • চিপ লৈ আত্মহত্যা বাপ্পা দাস নামৰ আচামীজনৰ
  • ই-ৰিক্সাৰ বেটাৰি চুৰিৰ অভিযোগত মঙলবাৰে আৰক্ষীয়ে আটক কৰিছিল বাপ্পা দাসক
  • শাৰীৰিক পৰীক্ষাৰ পাছত লকআপত ৰখাৰ সময়তে শৌচালয়ত নিজৰ গেঞ্জীৰে চিপ লৈ আত্মহত্যা কৰে আচামীজনে
  • বাপ্পা দাসক আৰক্ষীয়ে মাৰধৰ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ
  • ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ স্থানীয় বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ
  • অচি উৎপল বৰাক জৱাবদিহি বিধায়ক কমলাক্ষ দে পুৰুকায়স্থৰ
  • ঘটনাৰ পাছত চিৰস্তাদাৰ বিৰূমণি সিংহ আৰু পুষ্পা দাসক সাময়িকভাৱে নিলম্বন
  • ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা

Intro:কয়েদিৰ ৰহস্যজনক মৃত্যু কৰিমগঞ্জতBody:কৰিমগঞ্জ সদৰ থানাৰ লকআপৰ ভিতৰত মৃত্যু এজনৰ। আটকাধীন আচামীৰ চিপ লৈ আত্মহত্যা | ই-ৰিক্সাৰ বেটাৰি চোৰৰ অভিযোগত বাপ্পা দাস নামৰ লোকজনক আজি আটক কৰি আনে কৰিমগঞ্জ সদৰ থানাৰ আৰক্ষীয়ে। শাৰীৰিক পৰীক্ষা কৰি লকআপত ৰখাৰ কিছু সময়ৰ পাছতেই এনে ঘটনা সংঘটিত হয় |আৰক্ষীৰ মতে নিজৰ গেঞ্জীৰে চিপ লৈ লকআপৰ শৌচালয়ত আত্মহত্যা কৰে যূৱকজনে |যদিও পৰীয়ালৰ মতে এয়া হত্যা।বাপ্পাক আটক কৰি অনাৰ সময়ত আৰক্ষীয়ে মাটিত পেলায় ভৰীৰে গুৰীয়াই গুৰীয়াই মৰাৰ লগতে শকত লাঠীৰে কোবাইছিল যাৰ বাবে বাপ্পাৰ মৃত্যু ঘটে।ইয়াক গাপ দিয়াৰ বাবে সদৰ থানাৰ অচিয়ে আত্মহত্যাৰ ৰূপ দিছে।এই লৈ পৰীয়ালৰলোকৰ লগতে স্থানীয় ৰাইজ আৰু বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ ক্ষুব্ধ হৈ পৰে। বিধায়ক কমলাক্ষই অচি উৎপল বৰাক জবাবদিহি কৰি কয় গেঞ্জীৰে কেনেদৰে চিপলোৱা সম্ভৱ। আপুনি এনেদৰে অযুক্তিকৰ কথা কিয় কৈছে। বুলি ক্ষোভিত হয় অচি উৎপল বৰাৰ বিৰুদ্ধে। বিধায়ক কমলাক্ষই ক্ষুভ প্ৰকাশ কৰি কয় এই অচি উৎপল বৰা যিদিনাখনৰ পৰা আহিছে থানা খনত আহিছে।সেই দিনা খনৰ পৰাই কিবা নহয় কিবা সংঘটিত হৈ আহিছে। ইয়াৰ উপৰিও সৰভাগ সময় নিজৰ কোৱাৰ্টাৰত কটাই।কেৱল টকা লেনদেন কৰাৰ সময়ত থানাত প্ৰবেশ কৰে। ইফালে এই ঘটনাৰ পিছত দুজনক সাময়িক নিলম্বন কৰে।চিৰস্তাদাৰ বিৰূমণি সিংহ আৰু পুষ্পা দাসক।Conclusion:পিছে এই ঘটনাত দণ্ডাদিশ পৰ্যায়ৰ তদন্ত দিয়া হৈছে কিন্তু আচলতে ঘটনা কি হৈছিল বাপ্পা দাসৰ লগত এয়া মৰণত্তৰ পৰীক্ষাৰ পিছতেই স্পষ্ঠ হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.