ETV Bharat / state

সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত ব্যাপক বিত্তীয় কেলেংকাৰী

author img

By

Published : Jul 3, 2020, 8:25 PM IST

সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত কৰিমগঞ্জতো সংঘটিত হৈ আহিছে বৃহৎ বিত্তীয় কেলেংকাৰীৰ । ইতিমধ্যে কেলেংকাৰী উন্মোচনৰ বাবে যুঁজ অব্যাহত ৰাখিছে হাইলাকান্দি আৰু কৰিমগঞ্জৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে । এইবাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা সমিতিৰ সদস্যবৃন্দ উপস্থিত হৈছেগৈ বদৰপুৰত ।

minority scholarship scam at karimganj follow up
সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত কৰিমগঞ্জতো ব্যাপক বিত্তীয় কেলেংকাৰী

কৰিমগঞ্জ,৩জুলাই: সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত কৰিমগঞ্জতো সংঘটিত হৈ আহিছে বৃহৎ বিত্তীয় কেলেংকাৰীৰ । ইতিমধ্যে কেলেংকাৰী উন্মোচনৰ বাবে যুঁজ অব্যাহত ৰাখিছে হাইলাকান্দি আৰু কৰিমগঞ্জৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে । এইবাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা সমিতিৰ সদস্যবৃন্দ উপস্থিত হৈছেগৈ বদৰপুৰত । ইতিমধ্যে হাইলাকান্দিৰ পিছত কৰিমগঞ্জতো পোহৰলৈ আহিছে সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত সংঘটিত এই বৃহৎ কেলেংকাৰীটোৰ বহু ন ন তথ্য । বদৰপুৰ অঞ্চলত বহুকেইখন বিদ্যালয়ৰ নামতো ভুৱা ছাত্ৰ ছাত্ৰীৰ নাম অন্তৰ্ভূক্ত কৰি সংখ্যালঘূ ছাত্ৰৰ বৃত্তিৰ নামত লাখ লাখ টকা লুণ্ঠন হৈ আহিছে ।

বদৰপুৰ অঞ্চলত বহুকেইখন বিদ্যালয়তো সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত বিত্তীয় অনিয়মৰ তথ্য উন্মোচিত হোৱাৰ পাছতেই কেলেংকাৰীৰ তদন্ত বিচাৰি বদৰপুৰ আৰক্ষী থানাত শুকুৰবাৰে ৰুজো কৰিলে আন এটা গোচৰ । ইতিমধ্যে শুকুৰবাৰে বদৰপুৰ আৰক্ষী থানাত ৰুজো কৰা গোচৰক লৈ কৰিমগঞ্জ জিলাতে ৰুজু কৰা গোচৰৰ সংখ্যা হ'লগৈ তিনিটাকৈ।

উল্লেখ্য যে, সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ নামত সমগ্ৰ ৰাজ্যজুৰি সংঘটিত হৈছে এক বিয়াগোম কেলেংকাৰী । শিক্ষা বিভাগৰ লগতে চৰকাৰৰ সংশ্লিষ্ট বিভাগ সমূহে এই কেলেংকাৰীক লৈ কেনে ধৰনে আগবাঢ়িব সেয়া হ'ব লক্ষণীয়।

লগতে পঢ়ক : লেহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু বিপিন ৰাৱট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.